ETV Bharat / state

ৰণক্ষেত্ৰলৈ পৰিণত হাফলং চহৰ - এন.চি হিলচ ইণ্ডিজনাচ পিপলচ ফৰাম

এন.চি হিলচ ইণ্ডিজিনাচ পিপলচ ফৰামে আহ্বান কৰা অনিৰ্দিষ্টকালীন বন্ধত ৰণক্ষেত্ৰলৈ পৰিণত হয় হাফলং চহৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ লগতে নিক্ষেপ কৰে কন্দুৱা গেছ ৷

হাফলং চহৰ
হাফলং চহৰ
author img

By

Published : Feb 11, 2020, 3:15 PM IST

ডিমা হাছাও, 11 ফেব্ৰুৱাৰীঃ ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠনৰ দাবীত, এন.চি হিলচ ইণ্ডিজিনাচ পিপলচ ফৰামে আহ্বান কৰা অনিৰ্দিষ্টকালীন বন্ধত আজি পুৱাৰে পৰা ৰণক্ষেত্ৰলৈ পৰিণত হয় হাফলং চহৰ ৷ হাফলঙৰ বিভিন্ন ঠাইত আৰক্ষী আৰু বন্ধ সমৰ্থককাৰীৰৰ মাজত সূত্ৰপাত হয় সংঘৰ্ষৰ ৷

ৰণক্ষেত্ৰলৈ পৰিণত হাফলং চহৰ

বন্ধ সমৰ্থককাৰী সকলে হাফলং মহাদেৱ টিলাত আৰক্ষীৰ বাহনত আক্ৰমণ কৰে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নুক্ষেপ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰে, যাৰ ফলত আহত হয় কেইবাগৰাকীও বন্ধ সমৰ্থনকাৰী ৷

লগতে পঢ়ক ঃ মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Intro:ডিমা হাছাও 11 ফেব্ৰুয়াৰী: ইণ্ডিজনাচ পিপলচ ফৰামৰ বন্ধত ব্যাপক হিংসাত্মক ঘটনা। পিকেটৰসক ছত্ৰভংগ দিয়াৰ কাৰণে আৰক্ষীৰ শূণ্যলৈ গুলি চালনা কান্দোয়া গেছ নিক্ষেপ আহত বহু বন্ধ সমৰ্থককাৰী। বনবিভাগৰ এখন বাহনত অগ্নিসংযোগ। পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।Body:ডিমা হাছাও জিলাক দ্বি-খণ্ডিত কৰি দুখন পৃথক জিলা গঠনৰ দাবীত এন সি হিলচ ইণ্ডিজনাচ পিপলচ ফৰামৰ আহ্বান কৰা অনিদৃষ্টকালৰ বন্ধত আজি পোৱাৰে পোৱা ৰণক্ষেত্ৰ হৈ উঠে হাফলং চহৰ। হাফলংৰ বিভিন্ন ঠাইত আৰক্ষী আৰু বন্ধ সমৰ্থককাৰীৰৰ মাজতে সংঘৰ্ষ। Conclusion:বন্ধ সমৰ্থককাৰী সকলে হাফলং মহাদেৱ টিলাত আৰক্ষীৰ বাহনত আক্ৰমণ কৰি ভাংচুৰ চলায়। ইপিনে ইণ্ডিজনাচ পিপলচ ফৰামৰ কাৰ্যকৰী সভাপতি সামছুদ্দিনবে জেমি আৰু ইণ্ডিজনাচ ষ্টুডেন্টস ফৰামৰ সভাপতি সহ বহু বন্ধ সমৰ্থককাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.