ETV Bharat / state

শীঘ্ৰে আৰম্ভ হ’ব ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম

author img

By

Published : Mar 3, 2021, 12:15 PM IST

চলিত বৰ্ষৰ 2 মাৰ্চৰ পৰা হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী হাতত লৈছিল ইণ্ডিজেনাচ ষ্টুডেণ্টছ ফ’ৰামে । বৰ্তমানে ৰাজ্যত নিৰ্বাচন আচৰণ বিধি বলৱৎ থকাৰ সময়ত প্ৰশাসনিক কাম-কাজত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো বৰাক উপত্যকাৰ লাইফ লাইন হিচাপে পৰিচিত । যাৰ বাবে জিলা উপায়ুক্ত পল বৰুৱাই জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত ছাত্ৰ সংগঠনটোৰ এখন বৈঠকৰ আয়োজন কৰে ।

as_dimahasao_east-west-corridor-contruction-to-start-soon_vis_AS10034
অতিশীঘ্ৰে আৰম্ভ হ’ব ইষ্ট-ৱেষ্ট কৰিডৰৰ কাম

ডিমা হাছাও,3 মাৰ্চঃ ইষ্ট-ৱেষ্ট কৰিডৰৰ নিৰ্মাণ কাৰ্যৰ বাবে জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে । অনতি পলমে জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে আৰম্ভ কৰা হ’ব ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ কাম ৷ মঙলবাৰে হাফলঙত জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত জিলা প্ৰশাসন আৰু ইণ্ডিজেনাচ ষ্টুডেণ্টছ ফ’ৰামৰ সভাপতি ডেভিড কেভমক আশ্বাস প্ৰদান কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ 2 মাৰ্চৰ পৰা হাফলং-শিলচৰ 54 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী হাতত লৈছিল ইণ্ডিজেনাচ ষ্টুডেণ্টছ ফ’ৰামে । বৰ্তমানে ৰাজ্যত নিৰ্বাচন আচৰণ বিধি বলৱৎ থকাৰ সময়ত প্ৰশাসনিক কাম-কাজত সমস্যাৰ সৃষ্টি হ’ব পাৰে আৰু এই ৰাষ্ট্ৰীয় ঘাইপথটো বৰাক উপত্যকাৰ লাইফ লাইন হিচাপে পৰিচিত । যাৰ বাবে জিলা উপায়ুক্ত পল বৰুৱাই জিলা প্ৰশাসন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগত ছাত্ৰ সংগঠনটোৰ এক বৈঠকৰ আয়োজন কৰে ।

মঙলবাৰে সন্ধিয়া অনুষ্ঠিত বৈঠকত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ক্ষতিগ্ৰস্ত গাঁৱৰ বাসিন্দাসকলক ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিয়ে ৷ লগতে জাতিংগাৰ পৰা হাৰেংগাজাওলৈকে 25 কিল’মিটাৰ ঘাইপথ মেৰামতিৰ আশ্বাস প্ৰদান কৰে ৷ এই কথা জানিবলৈ দিয়ে ছাত্ৰ সংগঠনটোৰ সভাপতি ডেভিড কেভমে ।

লগতে পঢ়ক- মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.