ETV Bharat / state

ডিমা হাছাওত পঞ্চায়তৰাজ কোনোপধ্যে মানি লোৱা নহ'বঃ ৰিংমিলা হোজাই - বিত্তীমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ডিমাছা ওমেন চ'চাইটিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ডিমাছা ওমেন চ'চাইটিৰ সভানেত্ৰী ৰিংমিলা হোজাইয়ে ডিমা হাছাও জিলাত পঞ্চায়তৰাজ ব্যৱস্থা মানি লোৱা নহয় বুলি উল্লেখ কৰে ৷ ষষ্ঠ অনুসূচীৰ অধিকাৰ খৰ্ব কৰি চৰকাৰে পঞ্চায়তৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ ওলাইছে বুলি উল্লেখ কৰে ৰিংমিলা হোজাইয়ে ৷

Dimasa Women society against Panchayat raj system at Dima Hasao
ডিমা হাছাওত পঞ্চায়তৰাজ কোনোপধ্যে মানি লোৱা নহ'বঃ ৰিংমিলা হোজাই
author img

By

Published : Feb 26, 2020, 11:26 PM IST

ডিমা হাছাও, 26 ফেব্ৰুৱাৰীঃ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাও জিলাত পঞ্চায়তৰাজ ব্যৱস্থা কোনোপধ্যেই মানি নোলোৱাৰ হুংকাৰ ডিমাছা ওমেন চ'চাইটিৰ ৷ বুধবাৰে ডিমাছা ওমেন চ'চাইটিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি ডিমাছা ওমেন চ'চাইটিৰ সভানেত্ৰী ৰিংমিলা হোজাইয়ে ডিমা হাছাও জিলাত পঞ্চায়তৰাজ ব্যৱস্থা মানি লোৱা নহয় বুলি উল্লেখ কৰে ৷ লগতে পঞ্চায়তৰাজ ব্যৱস্থাৰ বিৰুদ্ধে ডিমা হাছাও জিলাত হোৱা বিভিন্ন আন্দোলনৰ পিচতো ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে কোনোধৰণৰ ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে সভানেত্ৰীগৰাকীয়ে ৷

ডিমা হাছাওত পঞ্চায়তৰাজ কোনোপধ্যে মানি লোৱা নহ'বঃ ৰিংমিলা হোজাই

আনহাতে ষষ্ঠ অনুসূচীৰ অধিকাৰ খৰ্ব কৰি চৰকাৰে পঞ্চায়তৰাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিবলৈ ওলাইছে বুলি উল্লেখ কৰে ৰিংমিলা হোজাইয়ে ৷ আনহাতে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত ডিমা হাছাও জিলাৰ পৰা পঞ্চায়তৰাজ প্ৰত্যাহাৰ কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা বিত্তীমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেৱলাল গাৰ্লোচা আৰু বিধায়কক বীৰভদ্ৰ হাগজেৰক ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় সভানেত্ৰীগৰাকীয়ে ৷

আৰু পঢ়কঃঅসম চুক্তি 6 নং দফাৰ চূড়ান্ত প্ৰতিবেদন : প্ৰতিক্ৰিয়া প্ৰকাশ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.