ETV Bharat / state

উত্তৰ কাছাৰ হাজাৰটকীয়া কেলেংকাৰীঃ দেপ'লাল হোজাইক যাৱজ্জীৱন কাৰাদণ্ড

উত্তৰ কাছাৰ জিলা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দেপ'লাল হোজাইক 1 হাজাৰ কোটি টকা কেলেংকাৰীত যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰে চি বি আইৰ বিশেষ আদালতে ।

author img

By

Published : Mar 19, 2020, 12:53 AM IST

CEM
CEM

গুৱাহাটী, ১৮ মাৰ্চঃ কংগ্ৰেছ চৰকাৰৰ শাসনকালত ৰাজ্যজুৰি তোলপাৰ লগোৱা ডিমা হাচাওৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ অন্যতম অভিযুক্ত অৰ্থাৎ পূৰ্বৰ উত্তৰ কাছাৰ জিলা স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দেপ'লাল হোজাইক 1 হাজাৰ কোটি টকা কেলেংকাৰীত যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰে চি বি আইৰ বিশেষ আদালতে ।

দেপ'লাল হোজাই
দেপ'লাল হোজাই

মঙলবাৰে চি বি আইৰ বিশেষ আদালতে এই সংক্ৰান্তীয় ১১/২০১০ নং গোচৰৰ শুনানি গ্ৰহণ কৰি এই ৰায়দান প্ৰদান কৰে । দেপ'লাল হোজাইৰ লগতে প্ৰদীপ কুমাৰ ৰায়, দেৱাশীষ ভট্টাচাৰ্য আৰু দেৱব্ৰত শীলকো চাৰি বছৰৰ কাৰাদণ্ড আৰু জৰিমনাৰ নিৰ্দেশ দিয়ে চি বি আইৰ বিশেষ আদালতে।

ইফালে, এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰা আন এগৰাকী প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য মোহিত হোজাই, আৰ এইছ খানকে ধৰি কেইবাজনো লোক বৰ্তমান কাৰাৰোদ্ধ ।

লগতে পঢ়কঃ কলিয়াবৰত পথ দুৰ্ঘটনাত আহত ১৮ গৰাকীকৈ মহিলা শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.