ETV Bharat / state

ডিমা হাছাওত কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি - ব্যক্তি কোভিড 19 ৰোগত আক্ৰান্ত

আনলক থ্ৰি আৰম্ভ হোৱাৰ 24 ঘণ্টাৰ ভিতৰত ডিমা হাছাও জিলাত 47 গৰাকী ব্যক্তি কোভিড 19 ৰোগত আক্ৰান্ত হৈছে ।

ডিমা হাছাও কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি

author img

By

Published : Aug 19, 2020, 1:54 AM IST

ডিমা হাছাও, 18 আগষ্ট : ডিমা হাছাও জিলাত কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি হৈছে । সোমবাৰৰ পৰা অসমত আনলক থ্ৰি আৰম্ভ হৈছে । ইয়াৰ মাজতে যোৱা 24 ঘণ্টাত ডিমা হাছাও জিলাত 47 গৰাকী ব্যক্তি কোভিড 19 ৰোগত আক্ৰান্ত হৈছে । ডিমা হাছাও জিলাৰ বিভিন্ন স্থানত ৰেপিড এন্টিজেন টেষ্টত 47 গৰাকী ব্যক্তিৰ দেহত কোভিড 19 ধৰা পৰিছে বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে । আনহাতে ডিমা হাছাও জিলাত কোভিড 19 ৰোগত আক্ৰান্ত 313 গৰাকী ৰোগীৰ মাজত ইতিমধ্যে 208 গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতি গৈছে । বৰ্তমানত হাফলং অসামৰিক চিকিৎসালয়ত 75 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে আৰু 30 গৰাকী ৰোগীৰ চিকিৎসা চলি আছে জিলাৰ বাহিৰত ।

ডিমা হাছাও কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি
ডিমা হাছাও কোভিড 19 ৰোগীৰ সংখ্যা 313 জনলৈ বৃদ্ধি

লগতে পঢ়কঃ প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা ভাৰতত প্ৰয়োজন অত্যাৱশ্যকীয় পৰিকল্পনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.