ETV Bharat / state

ডিমা হাছাওত COVID 19ত আক্ৰান্তৰ সংখ্যা 99 জনলৈ বৃদ্ধি - ডিমা হাছাও কৰ'ণা

শনিবাৰে কৰ'ণাত আক্ৰান্ত 7 জনকৈ ব্যক্তিক হাফলং অসামৰিক হাস্পতালৰ আইচলেচন ৱাৰ্ডত ভৰ্তি কৰা হয়। বহিঃৰাজ্যৰ পৰা অহা এই 7 জন লোক পৃথক পৃথক কোৱাৰেন্টাইন কেন্দ্ৰত থকা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, জিলাখনৰ কৰ'ণাক্ৰান্ত 99 জন ৰোগীৰ ভিতৰত 57 জনক সুস্থ হৈ উঠাৰ বাবে নিজ নিজ ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ৷

Dima Hachao Covid 19 patients increased to 99
ডিমা হাছাও
author img

By

Published : Jun 20, 2020, 7:16 PM IST

ডিমা হাছাও, 20 জুন: ডিমা হাছাও জিলাত 99 জনলৈ বৃদ্ধি পাইছে COVID 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা। তথ্য অনুসৰি, শনিবাৰে পুনৰ 7 জনকৈ লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ ইয়াৰ মাজত চাৰিজন পুৰুষ আৰু 3 গৰাকী মহিলা । বহিঃৰাজ্যৰ পৰা অহা এই লোকসকলৰ বয়স 20 পৰা 27 বছৰৰ ভিতৰত হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিভাগে ।

Dima Hachao Covid 19 patients increased to 99
ডিমা হাছাও

লগতে পঢ়কঃ ভাৰত-চীন সীমান্তৰ অস্থিৰ পৰিস্থিতি সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

শনিবাৰে কৰ'ণাত আক্ৰান্ত 7 জনকৈ ব্যক্তিক হাফলং অসামৰিক হাস্পতালৰ আইচ'লেচন ৱাৰ্ডত ভৰ্তি কৰা হয়। বহিঃৰাজ্যৰ পৰা অহা এই 7 জন লোক পৃথক পৃথক কোৱাৰেন্টাইন কেন্দ্ৰত থকা বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে,জিলাখনৰ কৰ'ণাক্ৰান্ত 99 জন ৰোগীৰ ভিতৰত 57 জনক সুস্থ হৈ উঠাৰ বাবে নিজ নিজ ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে স্বাস্থ্য বিভাগে ৷ আনহাতে,হাফলং অসামৰিক চিকিৎসালয়ত অন্য 41 জন ৰোগীৰ চিকিৎসা প্ৰদান কৰা হৈছে । লগতে এজন ৰোগীৰ চিকিৎসা শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চলি থকা বুলি জানিব পৰা গৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.