ETV Bharat / state

আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পিছতো ডিমা হাছাওত নাই কৰ'ণাকলৈ সজাগতা - আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পিছতো ডিমা হাছাওত নাই কৰ'ণাকলৈ সজাগতা

ডিমা হাছাও জিলাত শুকুৰবাৰে আৰু 8 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হয় । চৰকাৰৰ পৰা নতুন এছওপি জাৰি কৰাৰ পাচতো অধিকাংশ লোকে মানি চলা নাই ক'ভিডৰ স্বাস্থ্য বিধি আৰু চৰকাৰী নিয়ম নীতি । ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৫ গৰাকীলৈ বৃদ্ধি হৈছে ।

আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পিছতো ডিমা হাছাওত নাই কৰ'ণাকলৈ সজাগতা

author img

By

Published : Apr 23, 2021, 7:05 PM IST

ডিমা হাছাও, ২৩ এপ্ৰিল: ডিমা হাছাও জিলাত ভয়ংকৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা । পাহাৰীয়া জিলা খনত শুকুৰবাৰে আৰু 8 গৰাকী ব্যক্তি কৰ'ণাত আক্ৰান্ত হয়।

ইফালে ডিমা হাছাওত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা ৪৫ গৰাকীলৈ বৃদ্ধি হৈছে। কিন্তু ইয়াৰ পিছতো পাহাৰীয়া জিলাৰ মানুহৰ মাজত নাই সজাগতা । চৰকাৰৰ পৰা নতুন এছওপি জাৰি কৰাৰ পাচতো অধিকাংশ লোকে মানি চলা নাই ক'ভিডৰ স্বাস্থ্য বিধি আৰু চৰকাৰী নিয়ম নীতি।

ডিমা হাছাও জিলাৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়া মতে ডিমা হাছাও জিলাত ৪৫ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীৰ মাজতে ৬ গৰাকী ৰোগী সুস্থ হৈ উঠেছে। বৰ্তমানে ৩৯ গৰাকী সক্ৰিয় ৰোগী আছে । ইয়াৰ মাজত ১ গৰাকী ৰোগীৰ চিকিৎসা চলি আছে হাফলং অসামৰিক চিকিৎসালয়ত আৰু বাকী ৩৮ গৰাকী ৰোগী আছে হোম আইচ'লেচনত।

লগতে পঢ়ক:চিৰাঙত ষ্ট্ৰং ৰুম পৰিদৰ্শন আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.