ETV Bharat / state

ডিমা হাছাওত কৰ’ণাত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি - ডিমা হাছাওত কৰ’ণাত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি

ডিমা হাছাওত 24 ঘণ্টাত 126 গৰাকী লোক আক্ৰান্ত হৈছে কৰ’ণাত ৷ সম্প্ৰতি জিলাখনত সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 950 গৰাকী ৷

ডিমা হাছাওত কৰ’ণাত আক্ৰান্তৰ মৃত্যুৰ সংখ্যা 12 গৰাকীলৈ বৃদ্ধি

author img

By

Published : Jun 2, 2021, 1:39 PM IST

ডিমা হাছাও,2 জুন: ডিমা হাছাওত যোৱা 24 ঘণ্টাত 126 গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ উপৰি মৃত্যুৰ সংখ্যা বৃদ্ধি হৈছে 12 গৰাকীলৈ ৷ মঙলবাৰৰ দিনটোত ডিমা হাছাওত 58 গৰাকী লোকৰ দেহত কৰ'ণাৰ উপস্থিতি ধৰা পৰে ৷ বৰ্তমান জিলাখনত আক্ৰান্তৰ সংখ্যা হৈছে 1,536 গৰাকী ৷

সম্প্ৰতি জিলাখনত সক্ৰিয় কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে 950 গৰাকী ৷ বৰ্তমান সুস্থ হোৱা ৰোগীৰ সংখ্যা 547 গৰাকী ৷ 48 গৰাকী ৰোগীৰ হাফলং অসামৰিক চিকিৎসালয়ত চিকিৎসা চলি থকাৰ বিপৰীতে জিলাখনৰ ক’ভিড কেয়াৰ চেণ্টাৰত আছে 24 গৰাকী কৰ’ণা ৰোগী ৷ ইয়াৰ বিপৰীতে হোম আইচ'লেচনত আছে 869 গৰাকী ৰোগী ৷ এই তথ্য সদৰী কৰিছে জিলাখনৰ স্বাস্থ্য বিভাগে ৷

লগতে চাওকঃ ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.