ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতি - Assam Police distribute Food for poor people At Nagaland Border

লক ডাউনৰ বাবে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এতিয়া তীব্ৰ খাদ্য সংকট ৷ ইতিমধ্যে অসমৰ মাহুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ৰাইজৰ মাজত বিতৰণ কৰে খাদ্য সমগ্ৰী ।

ETV BHARAT
অসম-নাগালেণ্ড সীমান্তত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতি
author img

By

Published : Apr 22, 2020, 7:10 PM IST

ডিমা হাছাও, 22 এপ্ৰিলঃ ডিমা হাছাও জিলাৰ অসম-নাগালেণ্ড সীমান্তত থকা লেইকী গাঁৱত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । উক্ত অঞ্চলত অসম আৰক্ষীয়ে যোগান ধৰিলে খোৱা খাদ্য সামগ্ৰী ৷

Assam Police distribute Food for poor people At Nagaland Border
অসম-নাগালেণ্ড সীমান্তত খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতি

লক ডাউনৰ বাবে ৰাজ্যৰ লগতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত এতিয়া তীব্ৰ খাদ্য সংকটে দেখা দিছে ৷ খোৱা খাদ্য সামগ্ৰীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সাধাৰণ ৰাইজৰ। আনহাতে,দুখীয়া দৰিদ্ৰ লোকসকলে খোৱা খাদ্য সামগ্ৰী ক্ৰয় কৰিবলৈও ওলাই আহিব পৰা নাই। ইতিমধ্যে,ডিমা হাছাও জিলাৰ নাগালেণ্ড সীমান্তত থকা লেইকী গাঁৱলৈ অসমৰ মাহুৰ আৰক্ষী থানাৰ আৰক্ষীয়ে দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰে খোৱা খাদ্য সমগ্ৰী । মাহুৰৰ পৰা 65 কিলোমিটাৰ দূূৰত থকা লেইকী গাঁৱৰ দুখীয়া লোক সকলক চাউল,দাইল,তেল আৰু বিভিন্ন খাদ্য সমগ্ৰী বিতৰণ কৰে অসম আৰক্ষীয়ে ৷ লক ডাউনৰ সময়ত অসম আৰক্ষীয়ে লোৱা এনে পদক্ষেপৰ বাবে ধন্যবাদ জনায় গাৱঁৰ ৰাইজে ।

লগতে পঢ়ক- আৰক্ষীক আক্ৰমণৰ সৈতে জড়িত অভিযুক্তৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.