ETV Bharat / state

হাফলঙত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা

author img

By

Published : Aug 20, 2019, 9:23 PM IST

প্ৰথমতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যুৱতী গৰাকীৰ লগত সম্পৰ্ক গঢ়ি তুলি যোৱা ১৮ আগষ্টৰ সন্ধিয়া অকতাৰ খানে যুৱতী গৰাকীক হাফলং চহৰৰ বাগেটাৰ অঞ্চলৰ নিৰ্জন এলেকাত লৈ নি ধৰ্ষণ কৰি যুৱতীগৰাকীৰ ঘৰৰ ওচৰত অচেতন অৱস্থাত পেলাই থৈ যায় ।

হাফলংত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণৰ ঘটনা

ডিমা হাছাও, ২০ আগষ্ট: হাফলঙত ১৬ বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অকতাৰ খান ওৰফে বাপন খান ওৰফে ৰোহিত কাহৰৰ কঠোৰ শাস্তিৰ দাবী জনাই ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক বিভিন্ন দল সংগঠনৰ স্মাৰকপত্ৰ।

অকতাৰ খানে নিজৰ নাম গোপনে ৰাখি নিজকে ৰোহিত কাহাৰ বুলি পৰিচয় দি প্ৰথমতে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যুৱতী গৰাকীৰ লগত সম্পৰ্ক গঢ়ি তুলি ১৮ আগষ্টৰ সন্ধিয়া অকতাৰ খানে যুৱতী গৰাকীক হাফলং চহৰৰ বাগেটাৰ অঞ্চলৰ নিৰ্জন এলেকালৈ নি ধৰ্ষণ কৰি যুৱতী গৰাকীক ঘৰৰ ওচৰত অচেতন অৱস্থাত পেলাই থৈ যায় । ইয়াৰ পিছত দেওবাৰে নিশা সংকতজনক অৱস্থাত যুৱতীগৰাকীক পৰিয়ালৰ লোকে উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যুৱতীগৰাকীৰ ভাতৃয়ে। ইয়াৰ পিছত হাফলং আৰক্ষীয়ে অভিযান চলাই দুঘণ্টাৰ ভিতৰত দুই সন্তানৰ পিতৃ অকতাৰ খানক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে,ইয়াৰ পূৰ্বেও অকতাৰ খানৰ বিৰুদ্ধে শিলচৰত অপহৰণ,ধৰ্ষণ আৰু প্ৰতাৰণাৰ গোচৰ থকাৰ বাবে গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অকতাৰ খানৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত ৮৫/২০১৯/৩৭৬ নম্বৰত ভাৰতীয় দণ্ডবিধি অনুসৰি শিশু সুৰক্ষা আইন(Protection of Children from Sexual Offences)ৰ অধীনত গোচৰ ৰুজু কৰে।

Intro:ডিমা হাছাও ২০ আগষ্ট: হাফলংত ১৬ বছৰীয়া এজন যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অকতাৰ খান ওৰফে বাপন খান ওৰফে ৰোহিত কাহৰৰ কঠোৰ শাস্তিৰ দাবী জনাই ডিমা হাছাও জিলাৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাক বিভিন্ন দল সংগঠনৰ স্মাৰকপত্ৰ প্ৰদান। Body: অকতাৰ খান নিজৰ নাম গোপন ৰাখি নিজকে ৰোহিত কাহাৰ বুলি পৰিচয় দি প্ৰথমতে সামাজিক যোগাযোগ মাধ্যমৰ জৰিয়তে যুৱতী গৰাকীৰ লগত সম্পৰ্ক গঢ়ি তুলি যোৱা ১৮ আগষ্ট সন্ধিয়া অকতাৰ খান যুৱতী গৰাকীক হাফলং চহৰৰ বাগেটাৰ অঞ্চলৰ নিৰ্জন এলেকাত লৈ যাই ধৰ্ষণ কৰি যুৱতীৰ ঘৰৰ ওচৰত অচেতন অৱস্থাত পেলাই থৈ যায়। ইয়াৰ পিছত দেৱবাৰ ৰাতি আশংকা জনক অৱস্থাত যুৱতী গৰাকীক পৰিবাৰৰ লোক সকলে উদ্ধাৰ কৰি হাফলং অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে হাফলং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যুৱতী গৰাকীৰ ভাতৃ। ইয়াৰ পিছত হাফলং আৰক্ষী অভিযানত নামি দুই ঘণ্টাৰ মাজতে দুই সন্তানৰ পিতৃ অকতাৰ খানক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। Conclusion:উল্লেখযোগ্য ইয়াৰ আগতে অকতাৰ খানৰ বিৰুদ্ধে শিলচৰত অপহৰণ ধৰ্ষণ আৰু প্ৰতাৰণৰ মামলা থকাৰ বাবে গ্ৰেপ্তাৰ হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। অকতাৰ খানৰ বিৰুদ্ধে হাফলং আৰক্ষী থানাত ৮৫/২০১৯/৩৭৬ ভাৰতীয় দণ্ড বিধি অনুসৰি প্ৰটেকচন অব চিলড্ৰেন ফ্ৰম চেক্সুৱেল ওফেন্স আইনৰ অধীনত মামলা ৰুজু কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.