ETV Bharat / state

সংবাদমেল আয়োজন কৰি বিজেপিৰ ৰাজ্য়িক সভাপতি জেপি নাড্ডাক সকিয়নী যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : Oct 20, 2020, 10:09 PM IST

ডিব্ৰুগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ৷ বিজেপিৰ ৰাজ্যিক সভাপতি জেপি নাড্ডাক সকিয়নী প্ৰদান সংগঠনটোৰ ৷ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ সংগঠনটোৰ ৷

Yubo Satro Student Union REaction On BJP State Presedent  JP Nadda Speech
সংবাদমেল আয়োজন কৰি বিজেপিৰ ৰাজ্য়িক সভাপতি জেপি নদ্দাক সকিয়নী যুৱ ছাত্ৰ পৰিষদৰ

ডিব্ৰুগড়, 20 অক্টোবৰ : ডিব্ৰুগড়ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাক সকিয়নী প্ৰদান কৰিলে সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৷ এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ সভাপতি গৰাকীক সকীয়নী প্ৰদান কৰিলে সংগঠনটোৱে ৷

সাধাৰণ সম্পাদক পলাশ চাংমাইৰ মন্তব্য

উল্লেখ্য যে, পশ্চিম বংগৰ এখন সভাত সভাপতি গৰাকীয়ে ক'ভিডৰ বাবেহে CAA বলবৎ হোৱাত পলম হ'ল বুলি মন্তব্য প্ৰকাশ কৰাৰ পিচত বৰ্তমান সৰ্বত্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ইফালে, সভাপতি গৰাকীৰ মন্তব্যৰ পিচতে মঙলবাৰে সংগঠনটোৱে সংবাদমেলযোগে সকিয়নী প্ৰদান কৰি ক'ভিড পৰিস্থিতিৰ শাম কাটিলে পুনৰ CAA আন্দোলন সক্ৰিয় কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক : ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান

লগতে, সংবাদমেলত সংগঠনটোৱে অসমত ইনাৰ লাইন পাৰ্মিট, EIA বাতিল, টোলগেটৰ বিৰোধিতাকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে । আনহাতে, অসমৰ আঞ্চলিক ৰাজনৈতিক শক্তি সমূহ একত্ৰিত হোৱা সন্দৰ্ভত মত পোষণ কৰি অসমৰ পৰা সাম্প্ৰদায়িক শক্তি সমুহ নিঃশেষ কৰাৰ সমান্তৰালকৈ মৌলবাদী শক্তি সমুহ নিঃশেষ কৰাৰ কাৰণে আৰু যিবোৰ শক্তিয়ে অসমৰ জনসাধাৰণৰ ওপৰত লুণ্ঠন চলাই আহিছে সেই সকলোবোৰকে উফৰাই তুলাৰ স্বাৰ্থত এক হবই লাগিব বুলি সংবাদমেলত মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক : বিজেপিয়ে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল সমূহক গ্ৰাস কৰিছেঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.