ETV Bharat / state

Youth Apologies to TYPA: সামাজিক মাধ্যমত বিৰূপ মন্তব্য; টাইপাৰ ওচৰত ক্ষমা বিচাৰিলে যুৱকে

সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰি টাইপাৰ ওচৰত কাণত ধৰি ক্ষমা বিচাৰিলে মৰাণৰ ঋতুপৰ্ণ বড়াই ৷ সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰা যুৱকজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল টাইপাৰ নেতৃত্ব ৷

author img

By

Published : Jul 3, 2023, 2:01 PM IST

Youth Apology for Controversial post
সামাজিক মাধ্যমত বিৰূপ মন্তব্য
টাইপাৰ ওচৰত ক্ষমা বিচাৰিলে যুৱকে

ডিব্ৰুগড়, 3 জুলাই: আহোমলেণ্ডৰ দাবী সন্দৰ্ভত সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰি টাইপাৰ ওচৰত কাণত ধৰি ক্ষমা বিচাৰিলে মৰাণৰ ঋতুপৰ্ণ বড়াই ৷ টাই আহোমক জনজাতিকৰণৰ দাবীত দীৰ্ঘদিন আন্দোলন কৰি আহিছে টাইপাকে ধৰি আহোম জনগোষ্ঠীৰ সংগঠন সমূহে ৷ শেহতীয়াকৈ টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই আহোমলেণ্ড গঠনৰ পোষকতা কৰিছে ৷ ইতিমধ্যে সংগঠনটোৰ নেতৃত্বই আহোমলেণ্ড দাবীৰ কাম-কাজ আৰম্ভ কৰা বুলিও সংবাদ মাধ্যমত জানিবলৈ দিছে ৷

টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ লগতে টাই আহোমৰ বিভিন্ন সংগঠনে আহোম সকলৰ বাবে সুকীয়াকৈ ভূ-খণ্ডৰ দাবী জনাই অহাৰ সময়তে এই সন্দৰ্ভত মৰাণৰ ঋতুপৰ্ণ বড়া নামৰ যুৱকজনে সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰিছিল ৷ ইয়াৰ পাছতেই সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰা যুৱকজনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছিল টাইপাৰ নেতৃত্ব ৷

টাইপাৰ ক্ষোভৰ পাছতে টাইপাৰ মৰাণ মহকুমা সমিতিৰ আগত কাণত ধৰি ক্ষমা খুজিবলগীয়া হ'ল সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰা যুৱক ঋতুপৰ্ণ বড়াই ৷ লগতে টাইপাৰ সদস্য সকলেও সংবাদ মাধ্যমৰ যোগেদি অসমবাসীক আহ্বান জনাই যে কোনো জাতি-জনগোষ্ঠীৰ সম্পৰ্কে এনেধৰণৰ বিৰূপ মন্তব্য প্ৰকাশ নকৰিবলৈ ৷ উল্লেখযোগ্য যে ঋতুপৰ্ণ বড়াই সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ পাছতেই ক্ষোভিত হৈ পৰিছিল টাইপাৰ নেতৃত্ব ৷

সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰাৰ পাছতেই ঋতুপৰ্ণ বড়া নামৰ নামৰ যুৱকজনক এই সন্দৰ্ভত সদুত্তৰ বিছাৰিছিল টাইপা নেতৃত্বই ৷ কিন্ত যুৱকজনে সুদুত্তৰ দিবলৈ সক্ষম নহ’ল যদিও টাইপাৰ সদস্যসকলৰ আগত ক্ষমা বিছাৰিছে বুলি উল্লেখ কৰে টাইপাৰ মৰাণ মহকুমা সমিতিৰ বিষয়ববীয়াই ৷ তেওঁলোকে কয় যে, বিভিন্ন সময়ত তাই আহোমক লক্ষ্য কৰি বিভিন্নজনে তুচ্ছ-তাচ্ছিল্য কৰা দেখা যায় ৷ এইটো এটা ৰহস্যৰ কথা বুলি মন্তব্য বিষয়ববীয়া সকলে ৷ গতিকে তাই আহোমকে ধৰি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী সন্দৰ্ভত এনেধৰণৰ বিৰূপ মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় টাইপাৰ মৰাণ মহকুমা সমিতিৰ বিষয়ববীয়া সকলে ৷

আনহাতে সামাজিক মাধ্যমত বিৰূপ মন্তব্য প্ৰকাশ কৰা ঋতুপৰ্ণ বড়া নামৰ যুৱকজনে ভৱিষ্যতে এনে কাৰ্য কেতিয়াও নকৰোঁ বুলি টাইপাৰ মৰাণ মহকুমা সমিতিৰ আগত ক্ষমা বিচাৰে ৷ উল্লেখযোগ্য যে, ঋতুপৰ্ণ বড়া নামৰ যুৱকজনে নিজকে এজন কংগ্ৰেছ কৰ্মী বুলি প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: AAP Press Meet: তেজপুৰত আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক; বিৰোধীৰ লগত একত্ৰিত নহয় আপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.