ETV Bharat / state

ডিব্ৰুগড়ৰ মাইজানত অচিনাক্ত মৃতদেহ উদ্ধাৰ

ৰাইজে ঘটনা সন্দৰ্ভত ততাতয়াকৈ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷

মাইজানত অচিনাক্ত মৃতদেহ
মাইজানত অচিনাক্ত মৃতদেহ
author img

By

Published : Nov 29, 2019, 4:41 PM IST

ডিব্ৰুগড়, 29 নৱেম্বৰ: ডিব্ৰুগড়ৰ মাইজানস্থিত হিলৈধাৰী-ৰাজগড় পথৰ পৰা উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ । শুকুৰবাৰে হিলৈধাৰী-ৰাজগড় পথটোৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হয় প্ৰায় ২৫ বছৰীয়া এজন যুৱকৰ মৃতদেহ। পুখুৰীত তল মুৰ কৰি পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো । ৰাইজে ঘটনা সন্দৰ্ভত ততাতয়াকৈ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড নে অসাৱধানবশত পুখুৰীত পৰি মৃত্যু হৈছে যুৱজজনৰ সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত ৷

অচিনাক্ত মৃতদেহ উদ্ধাৰ

লগতে পঢ়ক শিৱসাগৰ নগৰত পথ দুৰ্ঘটনাত ছাত্ৰৰ মৃত্যু

Intro:ডিব্ৰুগড়ৰ মাইজান হিলৈধাৰী-ৰাজগড় পথত অচিনাক্ত মৃতদেহ উদ্ধাৰ।পথৰ কাষৰ এটা পুখুৰীত উদ্ধাৰ হৈছে প্ৰায় ২৫বছৰীয়া এজন যুৱকৰ মৃতদেহ।পুখুৰীত তল মুৰ কৰি পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো।বৰ্তমানলৈ চিনাক্ত নোহোৱা মৃতদেহটো কোনো লোকে হত্যা কৰি পেলাই গৈছে নে অসাৱধান বশত পুখুৰীত পৰি মৃত্যু জানিব পৰা হোৱা নাই।আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।উল্লেখ যে প্ৰায় নিৰ্জনতা থাকে এই পথটোত।চলাচল সেৰেঙা থকা পথটোৰ নিৰাপত্তাৰ দিশটোও লক্ষ্যণীয়।Body:DoConclusion:Do

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.