ETV Bharat / state

দুৰ্ঘটনাত মৃত্যুবৰণ কৰা আছু নেতা বিতুপন নেওগলৈ শ্ৰদ্ধাঞ্জলি

বৃহস্পতিবাৰে নিশা ২.৩০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ আত্মীয়ক ৰক্ত দান কৰি বাইক লৈ ওলাই আহোতেই মাজনিশা দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতুপন নেওগে।

author img

By

Published : Nov 27, 2020, 7:20 PM IST

tribute to ex secretary of Lejai AASU who died in accident
লেজাইত পথ দুৰ্ঘটনাত মৃত্যুক সাবটি লোৱা আছু কৰ্মীক শ্ৰদ্ধাঞ্জলি

মৰাণ, 27 নৱেম্বৰ : পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাবটি লোৱা লেজাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক বিতুপন নেওগক শুকুৰবাৰে জনোৱা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । মৰাণৰ লেজাই বৰদৈবাম ছাত্ৰ নেতা জনক তেওঁৰ একালৰ পঢ়াশালি লেজাই উঃ মাঃ বিদ্যালয়ৰ চৌহদত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয় ।

ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আছু কৰ্মী, লেজাই কলাখোৱা অঞ্চলৰ ৰাইজৰ লগতে মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়েও নিষ্ঠাবান আছু কৰ্মী জনক শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ আত্মাৰ সদগতি কামনা কৰে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা ২.৩০ বজাত অসম চিকিৎসা মহাবিদ্যালয়ৰ আত্মীয়ক ৰক্ত দান কৰি বাইক লৈ ওলাই আহোতেই মাজনিশা দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয় লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক বিতুপন নেওগে । ২৯ বছৰীয়া যুৱক বিতুপন নেওগৰ মৃত্যুত এতিয়া সমগ্র লেজাই কলাখোৱা অঞ্চলত শোকৰ ছাঁ পৰিছে ।
লগতে পঢ়ক: একেটা মন্দিৰতেই দুবাৰকৈ চোৰে লুটিলে সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.