ETV Bharat / state

ডিব্ৰুগড়ত পৌৰ কৰ্মীৰ বাবে কৰ্মশালাৰ আয়োজন - পল্লৱ গোপাল ঝা

ডিব্ৰুগড়ত পৌৰ কৰ্মী আৰু স্বেচ্ছাসেৱী সংগঠন কৰ্মীসকলক অধিক কাৰ্যক্ষম কৰিবলৈ বৃহস্পতিবাৰে কৰ্মশালা অনুষ্ঠিত কৰা হয় । ডিব্ৰুগড় জিলা প্ৰশাসন আৰু এ ইউ আই আই পিৰ উদ্যোগত আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাষণ কৰা কামৰে জড়িত পৌৰ কৰ্মী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয় ।

Training and capacity building workshop held at Dibrugarh
ডিব্ৰুগড়ত পৌৰ কৰ্মী আৰু বেচৰকাৰী সংস্থাৰ কৰ্মীৰ বাবে কৰ্মশালাৰ আয়োজন
author img

By

Published : Jun 11, 2021, 2:33 PM IST

মৰাণ, ১১ জুন: ডিব্ৰুগড়ৰ লেকাই ঠাকুৰথানত নিৰ্মাণ কৰি থকা "গোটা আৱৰ্জনা নিষ্কাশণ আৰু ব্যৱস্থাপনা" প্ৰকল্প কাৰ্যকৰী কৰাৰ উদ্দেশ্যেৰে প্ৰস্তুতি চলাইছে জিলা প্ৰশাসনে ।

Training and capacity building workshop held at Dibrugarh
ডিব্ৰুগড়ত পৌৰ কৰ্মী আৰু বেচৰকাৰী সংস্থাৰ কৰ্মীৰ বাবে কৰ্মশালাৰ আয়োজন

বৃহস্পতিবাৰে জিলা প্ৰশাসন আৰু এ ইউ আই আই পিৰ উদ্যোগত আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাষণ কৰা কামৰে জড়িত পৌৰ কৰ্মী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া হয় ।

এই প্ৰশিক্ষণৰ মূল উদ্দেশ্য হ'ল আৱৰ্জনা নিষ্কাশণৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা আৰু আৱৰ্জনা সংগ্ৰহকাৰীসকলে যাতে সংগ্ৰহস্থলীৰ পৰাই আৱৰ্জনাবোৰ পৃথকীকৰণ (Waste segregation) কৰি সংগ্ৰহ কৰিব পাৰে সেই বিষয়ে সকলো ৰাইজক সজাগ কৰি তোলা ।

উক্ত সভাত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা (Pallab Gopal Jha), ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন(Prasanta Phukan), পৌৰসভাৰ কাৰ্যনিৰ্বাহক বিষয়া সুজাতা গগৈ তথা এ ইউ আই আই পিৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ।

উক্ত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে আৱৰ্জনা নিষ্কাশণ আৰু সাৰ উৎপাদনত যথেষ্ট পৰিমাণে সহায়ক হ'ব বুলি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই জানিবলৈ দিয়ে ।

লগতে পঢ়ক:আমগুৰি আৰক্ষীৰ জালত অবৈধভাৱে সৰবৰাহ কৰা লালীগুড়ৰ বাহন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.