ETV Bharat / state

ডিব্ৰুগড়ত কিষাণ মৰ্চাৰ উদ্যোগত বাণিজ্য মেলাৰ আয়োজন

ডিব্ৰুগড়ৰ চৌকিডিঙিত ডিব্ৰুগড় জিলা কিষাণ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হৈ আছে বাণিজ্য মেলা । 27 ডিচেম্বৰৰ পৰা 13 জানুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হ'ব এই বাণিজ্য মেলা ।

author img

By

Published : Jan 4, 2021, 9:33 PM IST

trade-fair-at-dibrugarh
ডিব্ৰুগড়ত কিষাণ মৰ্চাৰ উদ্যোগত বাণিজ্য মেলাৰ আয়োজন

ডিব্ৰুগড়, 4 জানুৱাৰী : কৰ'ণা ত্ৰাস কিছু পৰিমানে হ্ৰাস পোৱাৰ পিচতে ৰাজ্যত পুনৰ পূৰ্বৰ দৰে আৰম্ভ হৈছে উৎসৱ আৰু অনুষ্ঠান । ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে ডিব্ৰুগড়তো আৰম্ভ হৈছে উৎসৱ ।

27 ডিচেম্বৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙিত ডিব্ৰুগড় জিলা কিষাণ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত হৈ আছে বাণিজ্য মেলা । 13 জানুৱাৰী তাৰিখলৈকে অনুষ্ঠিত হ'ব এই বাণিজ্য মেলা । বাণিজ্য মেলাত অসমৰ বিভিন্ন প্ৰান্তৰ বিক্ৰেতা সকলে আহি সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হয় ।

বিভিন্ন থলুৱা খাদ্য সম্ভাৰ আৰু সামগ্ৰী সমৃদ্ধ মেলাত ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ লোকৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক : ৰ'বাৰ্ট ভাদ্ৰাৰ সৈতে আয়কৰ বিভাগৰ তদন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.