ETV Bharat / state

ৰঙিয়া আৰু মৰাণ ৰেল ষ্টেচনত নিষিদ্ধ হ'ল প্লাষ্টিক - ৰঙিয়া

অহা ২ অক্টোবৰত অনুষ্ঠিত হব লগীয়া মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰেল বিভাগে আয়োজন কৰা স্বচ্ছতা পষেকৰ আজি দ্বিতীয়টো দিন ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে পুৱাৰ ভাগত ষ্টেচনটোৰ লগতে ডি আৰ এম অফিচ, ৰেলৱে কলনি আৰু উদ্যানত চাফাই অভিযান চলোৱা হয় ।

মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে স্বচ্ছতা পষেক আয়োজন ৰেল বিভাগৰ
author img

By

Published : Sep 17, 2019, 11:13 PM IST

ৰঙিয়া, 17 চেপ্তেম্বৰঃ ৰঙিয়া ৰেল ষ্টেচনত মঙলবাৰৰ পৰা নিষিদ্ধ প্লাষ্টিক । পূৰ্বতে স্বচ্ছতাৰ বাবে ভাৰতৰ ভিতৰতে সপ্তম স্থান লাভ কৰা ৰঙিয়া ষ্টেচনত এতিয়াৰ পৰা যাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব পলিথিন জাতীয় প্লাষ্টিকৰ সামগ্ৰী । ৰঙিয়াৰ ডি‌আৰ‌এম ভি. এ. মালেগাওকাৰে এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে ‌। এই ষ্টেচনটোত পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে পৰিবেশ সংৰক্ষণত সহায়ক হোৱাৰ বাবে মূলতঃ এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিক ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । ফলত উৎফুল্লিত হৈছে ষ্টেচনটোত কৰ্মৰত চাফাই কৰ্মচাৰীসকল ।
আনহাতে অহা ২ অক্টোবৰত অনুষ্ঠিত হব লগীয়া মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰেল বিভাগে আয়োজন কৰা স্বচ্ছতা পষেকৰ আজি দ্বিতীয়টো দিন ৷ ইয়াৰ অংশ হিচাপে মঙলবাৰে পুৱাৰ ভাগত ষ্টেচনটোৰ লগতে ডি আৰ এম অফিচ, ৰেলৱে কলনি আৰু উদ্যানত চাফাই অভিযান চলোৱা হয় ।

মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে স্বচ্ছতা পষেক আয়োজন ৰেল বিভাগৰ

ইয়াৰ লগতে সমগ্ৰ ভাৰতবৰ্ষতে ১১ ছেপ্তেম্বৰ পৰা ২ অক্টোবৰৰ লৈকে চলি থকা স্বচ্ছতাই সেৱা অনুষ্ঠানৰ লগত সংগতি ৰাখি মঙলবাৰে মৰাণ ৰেলৱে কৰ্মচাৰী সকলেও ষ্টেচনৰ চৌপাশ চাফা কৰি স্বচ্ছতাই সেৱা কাৰ্যসূচী অনুষ্ঠিত কৰে । অনুষ্ঠিত কাৰ্যসূচীত মৰাণহাট ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ মনজি‌ত চন্দ্ৰ বৰ্মন, RPF মৰাণ ষ্টেচনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰবীন্দ্ৰ নাথ বৰ্মন উপস্থিত থাকে | মৰাণহাট ৰেল ষ্টেচন পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ সকলো যাত্ৰী আৰু ৰাইজক অনুৰোধ জনাই বিষয়াসকলে ৷ লগতে মঙলবাৰৰ এই অনুষ্ঠানতে মৰাণহাট ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টৰে ঘোষণা কৰে মঙলবাৰৰ পৰা ৰেল ষ্টেচনত কোনেও প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰা নোৱাৰাৰ কথা ৷ ইয়াৰ লগতে তেওঁ জনাই যে এই আইন ভংগ কৰিলে ভৰিব লাগিব জৰিমনা ।

Intro:ৰঙিয়া ৰেল ষ্টেচনত প্লাষ্টিক নিষিদ্ধ হ'ল।Body:ৰঙিয়া ৰেল ষ্টেচনত আজিৰ পৰা নিষিদ্ধ প্লাষ্টিক। পূৰ্বতে স্বচ্ছতাৰ বাবে ভাৰতৰ ভিতৰতে সপ্তম স্থান লাভ কৰা ৰঙিয়া ষ্টেচনত যাত্ৰীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব পলিথিন জাতীয় প্লাষ্টিক। ৰঙিয়াৰ ডি‌আৰ‌এম ভি এ মালেগাওকাৰে এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰে ‌। এই ষ্টেচনটোত পৰিষ্কাৰ -পৰিচ্চন্নতাৰ লগতে পৰিবেশ সংৰক্ষণত সহায়ক হোৱাৰ বাবে মূলতঃ এবাৰ ব‍্যৱহাৰ হোৱা প্লাষ্টিক ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ফলত উৎফুল্লিত হৈছে ষ্টেচনটোত কৰ্মৰত চাফাই কৰ্মচাৰী সকল ।

আনহাতে অহা ২ অক্টোবৰত অনুষ্ঠিত হব লগীয়া মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ৰেল বিভাগে আয়োজন কৰা স্বচ্ছতা পষেকৰ আজি দ্বিতীয়টো দিন। ইয়াৰ অংশ হিচাপে আজি পুৱাৰ ভাগত ষ্টেচনটোৰ লগতে ডি আৰ এম অফিচ, ৰেলৱে কলনি আৰু উদ‍্যানত চাফাই অভিযান চলোৱা হয়।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া

For All Latest Updates

TAGGED:

মৰাণ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.