ETV Bharat / state

টিংখাঙৰ মহিলাসকল ব্যস্ত পিঠা-পণা বনোৱাত ! - 'বিশ্ব নাৰী দিৱস'

টিংখাঙত কুৰ্মী সমাজে উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস ৷ এই নাৰী দিৱস উপলক্ষে মহিলাসকলে অতিথি আপ্যায়নৰ বাবে পিঠা-পণা বনায় ৷

Tingkhong_celebration _International_women_Day
টিংখাঙৰ মহিলাসকল ব্যস্ত পিঠা-পণা বনোৱাত!
author img

By

Published : Mar 8, 2020, 5:21 PM IST

টিংখাং,8মাৰ্চ: আজি সমগ্ৰ বিশ্বৰ লগতে অসমৰ প্ৰতিখন জিলাতো পালন কৰা হয় 'বিশ্ব নাৰী দিৱস' ৷ টিংখাঙৰ কেন্দুগুৰীতো বিশাল কাৰ্যসূচীৰে কুৰ্মী সমাজে উদযাপন কৰে আন্তৰ্জাতিক নাৰী দিৱস ৷ টিংখাং আঞ্চলিক কুৰ্মী সমাজৰ উদ্যোগত উদযাপন কৰা হয় তৃতীয় বাৰ্ষিক 'বিশ্ব নাৰী দিৱস' ৷

টিংখাঙৰ মহিলাসকল ব্যস্ত পিঠা-পণা বনোৱাত!

নাৰী দিৱস উপলক্ষে অঞ্চলটোৰ মহিলাসকলে অতিথি আপ্যায়নৰ বাবে পিঠা-পনা প্ৰস্তুত কৰে ৷ উদযাপনস্থলীত মহিলাসকলে এইদৰে নাৰী দিৱস উদযাপনৰ বাবে ব্যস্ত হৈ পৰে ৷ উল্লেখ্য যে, গ্ৰামাঞ্চলৰ মহিলাসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কুৰ্মী সমাজে গ্ৰহণ কৰি আহিছে কিছুমান বিশেষ পদক্ষেপ ৷

অধিক খবৰৰ বাবে: লখিমপুৰত বিকশিত অসমৰ এখন বিপৰীত ছবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.