টিংখং, 2 জানুৱাৰীঃ চৰকাৰৰ বহুমুখী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা টিংখঙৰ এটা দৰিদ্ৰ পৰিয়ালৰ জিয়া কাহিনী । উৰুখা পজাত দুৰ্বীসহ জীৱন সংগ্ৰাম চাৰিজনীয়া সদস্যৰ । সাম্প্ৰতিক সময়ৰ অতি যন্ত্ৰনা-কাতৰ দুৰ্বীসহ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ১১৯ নং টিংখং সমষ্টিৰ কেন্দুগুৰী গাওঁ পঞ্চায়তৰ চোৰাতনিবাম গাঁৱৰ দেবাৰু মাঝীৰ চাৰিজনীয়া সদস্যৰ এই পৰিয়ালটোৱে । সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱা পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই এটা চৰকাৰী আৱাস গৃহ । নাই খোৱাপানীৰ সু ব্যৱস্থা । পৰিয়ালটোৰ মুৰব্বীজন অন্ধ হোৱাৰ বিপৰীতে এগৰাকী কন্যাও বিশেষভাৱে সক্ষম হোৱাত একমাত্ৰ ১৬ বছৰীয়া পুত্ৰই উপাৰ্জনৰ মূল সম্বল । জনপ্ৰতিনিধিৰ চকু নপৰা এই পৰিয়ালটোৰ মৰ্মবেদনা বুজিব কোনে ? নে এনকেকৈয়ে দুৰ্বিসহ জীৱন সংগ্ৰামৰ মাজতেই শেষ হৈ যাব পৰিয়ালটোৰ ভৱিষ্যৎ ৷
টিংখাঙৰ দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী..... - Tingkhong Debaru Majhi family condition poor
সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱা পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই এটা চৰকাৰী আৱাস গৃহ । নাই খোৱাপানীৰ সু ব্যৱস্থা ।
![টিংখাঙৰ দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ জীয়া কাহিনী..... দুৰ্বিসহ জীৱন সংগ্ৰামৰ মাজেৰে জীৱন পাৰ কৰা এটা পৰিয়াল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5928753-thumbnail-3x2-pp.jpg?imwidth=3840)
টিংখং, 2 জানুৱাৰীঃ চৰকাৰৰ বহুমুখী উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা টিংখঙৰ এটা দৰিদ্ৰ পৰিয়ালৰ জিয়া কাহিনী । উৰুখা পজাত দুৰ্বীসহ জীৱন সংগ্ৰাম চাৰিজনীয়া সদস্যৰ । সাম্প্ৰতিক সময়ৰ অতি যন্ত্ৰনা-কাতৰ দুৰ্বীসহ জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ১১৯ নং টিংখং সমষ্টিৰ কেন্দুগুৰী গাওঁ পঞ্চায়তৰ চোৰাতনিবাম গাঁৱৰ দেবাৰু মাঝীৰ চাৰিজনীয়া সদস্যৰ এই পৰিয়ালটোৱে । সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱা পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই এটা চৰকাৰী আৱাস গৃহ । নাই খোৱাপানীৰ সু ব্যৱস্থা । পৰিয়ালটোৰ মুৰব্বীজন অন্ধ হোৱাৰ বিপৰীতে এগৰাকী কন্যাও বিশেষভাৱে সক্ষম হোৱাত একমাত্ৰ ১৬ বছৰীয়া পুত্ৰই উপাৰ্জনৰ মূল সম্বল । জনপ্ৰতিনিধিৰ চকু নপৰা এই পৰিয়ালটোৰ মৰ্মবেদনা বুজিব কোনে ? নে এনকেকৈয়ে দুৰ্বিসহ জীৱন সংগ্ৰামৰ মাজতেই শেষ হৈ যাব পৰিয়ালটোৰ ভৱিষ্যৎ ৷
Body:টিংখাং- চৰকাৰৰ বহু মুখী উন্নয়ন মূলক আঁচনীয়ে স্পৰ্শ কৰিব নোৱাৰা টিংখাঙৰ এটা দৰিদ্ৰ পৰিয়ালৰ জীৱন সংগ্ৰামৰ এক জীয়া কাহিনি । সাম্প্ৰতিক সময়ৰ বিশ্বায়নৰ যুগতো অতি যন্ত্ৰনা কাতৰ দুৰ্বীসহ জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে ১১৯ নং টিংখাং সমষ্টিৰ কেন্দুগুৰী গাওঁ পঞ্চায়তৰ চোৰাতনিবাম গাঁৱৰ দেবাৰু মাঝীৰ চাৰিজনীয়া সদস্যৰ এই পৰিয়ালটোৱে । সামান্য এজাক বৰষুণ দিলেই অনাহাৰে বিনিদ্ৰ ৰজনী কটাবলগীয়া হোৱা পৰিয়ালটোৱে আজিকোপতি লাভ কৰা নাই চৰকাৰী এটা আৱাস গৃহ । নাই খোৱাপানীৰ সু ব্যৱস্থা । পৰিয়ালটোৰ মুৰব্বীজন অন্ধ হোৱাৰ বিপৰীতে এগৰাকী কন্যাও বিশেষভাৱে সক্ষম হোৱাত একমাত্ৰ ১৬ বছৰীয়া পুত্ৰ জনেই উপাৰ্জনৰ মূল সম্বল । খুৱাপানীৰ নামত আছে এটা জৰাৰ্জীণ নাদ । নাই বিদ্যুত সংযোগ, নাই এখন বিচনা । চৰকাৰ পৰিৱত্তন হল কিন্তু পৰিৱত্তনৰ অৰ্থই অনুভৱ কৰিব পৰা নাই গ্ৰামাঞ্চলৰ এনেবোৰ পৰিয়ালে ।কেতিয়াকৈ জনপ্ৰতিনিধিৰ দৃষ্টি পৰিব এই সমূহ দুভগীয়া পৰিয়ালৰ ওপৰত-
Byte ,1,2,
টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
TAGGED:
টিংখাঙৰ দেবাৰু মাঝীৰ পৰিয়াল