ETV Bharat / state

অসাৰ হ'ল চৰকাৰৰ বিশুদ্ধ খোৱাপানীৰ প্ৰতিশ্ৰুতি - বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ

চৰকাৰৰ আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ আশা পুহি ৰখা গাওঁবাসীয়ে টিউবেলৰ পৰা ওলোৱা আইৰনযুক্ত পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ।

অসাৰ হ'ল চৰকাৰৰ বিশুদ্ধ খোৱা পানীৰ প্ৰতিশ্ৰুতি
author img

By

Published : Aug 28, 2019, 9:03 AM IST

ডিব্ৰুগড়,28আগষ্টঃ ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ গ্ৰাম্যাঞ্চল সমূহত এতিয়াও বিশুদ্ধ খোৱা পানী যোগান ধৰাত ব্যৰ্থ অসম চৰকাৰ ৷ ৰাইজে বৰ্তমানেও বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে জিলাখনৰ বহু অঞ্চলত । টিংখাং সমষ্টিৰ অন্তৰ্গত ঔফলীয়া পানী যোগান কেন্দ্ৰ এতিয়া ভৰি পৰিছে জীৱ জন্তুৰ মল-মূত্ৰৰে ৷ চৰকাৰৰ আঁচনিৰ জৰিয়তে বিশুদ্ধ খোৱা পানীৰ আশা পুহি ৰখা গাওঁবাসীয়ে টিউবেলৰ পৰা ওলোৱা আইৰনযুক্ত পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোটি কোটি টকা ব্যয় কৰি বিগত সময়ছোৱাত গ্ৰহণ কৰা আঁচনিসমূহৰ অধিকাংশই এতিয়া বিকল হৈ পৰিছে যদিও এতিয়াও অধিকাংশ কৰ্মচাৰীয়ে দৰমহা ভোগ কৰি আছে এই সমূহ আচঁনিৰ নামত ।

Intro:টিংখাঙত ফুলদানিত পৰিণত পানী যোগান আঁচনি : এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ

Body:আঁচনিৰ নাম বিশুদ্ধ খোৱা পানী যোগান  ।কিন্তু নাপায় এটুপিও বিশুদ্ধ খোৱা পানী । ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভাৰ সমষ্টিৰ গ্ৰাম্যঞ্চল সমূহত বিশুদ্ধ খোৱা পানী যোগান ধৰাত ব্যৰ্থ অসম চৰকাৰৰ জনস্বাস্হ্য কাৰিকৰী বিভাগ । টিংখাং সমষ্টিৰ অন্তৰ্গত ঔফলীয়া পানী যোগান কেন্দ্ৰত এতিয়া এনেদৰে বিভিন্ন জীৱ জন্তুৰ মল- মূত্ৰৰে ভৰি পৰিছে। আঁচনিখনৰ জৰিয়তে অঞ্চলবাসীয়ে বিশুদ্ধ খোৱাপানী পাম বুলি আশা পুহি ৰাখিছিল যদিও বৰ্তমান গাঁওবাসীয়ে টিউবেলৰ পৰা ওলোৱা আইৰনযুক্ত পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। অঞ্চলটোৰ ৰাইজে বৰ্তমান এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে। টিংখাঙত বিভাগটোৰ অধীনত বিশুদ্ধ খোৱা পানী যোগানৰ নামত কোটি কোটি টকা ব্যয় কৰি বিগত সময়ছোৱাত গ্ৰহণ কৰা আচনিসমূহ অধিকাংশই এতিয়া বিকল হৈ পৰিছে । কিন্তু এতিয়াও অধিকাংশ কৰ্মচাৰীয়ে দৰমহা ভোগ কৰি আছে । এনে ক্ষেত্ৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগক বিহিত ব্যৱস্থা লবলৈ দাবী জনাইছে ৰাইজে ।

Byte - 1 স্থানীয় ব্যক্তি

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত, অসম।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.