ETV Bharat / state

সাপেখাতীত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ - বিজেপি চৰকাৰ

চৰাইদেউৰ জিলাৰ সাপেখাতীত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত এই প্ৰতিবাদ সংগঠনটোৰ ৷

tingkhong-attsa-protest
সাপেখাতীত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ
author img

By

Published : Feb 10, 2021, 3:39 PM IST

টিংখাং, 10 ফেব্ৰুৱাৰী: চৰাইদেউৰ জিলাৰ সাপেখাতীত চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই বুধবাৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ বুধবাৰে এক বিশাল সমদল বাহিৰ কৰি ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও কৰি চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

tingkhong-attsa-protest
সাপেখাতীত চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাপেখাতী শাখাৰ উদ্যোগত কেইবা শতাধিক চাহ শ্ৰমিকে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ তপন গগৈ, শ্ৰম মন্ত্ৰী আৰু সোণাৰীৰ স্থানীয় বিধায়িকাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰ প্ৰায় দুই ঘন্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷

লগতে পঢ়ক: হোজাইৰ অতিৰিক্ত জিলা ও ছেচন ন্যায়ধীশৰ আদালতৰ ঐতিহাসিক ৰায়দান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.