ETV Bharat / state

টিংখাঙত বাঘৰ ত্ৰাস - টিংখাঙত বাঘৰ ত্ৰাস

বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন অৱস্থাত আছে ৷

টিংখাঙত বাঘৰ ত্ৰাস
author img

By

Published : Sep 29, 2019, 5:17 PM IST

টিংখাং, 29 ছেপ্টেম্বৰঃ দেওবাৰে পুৱা টিংখাঙৰ বৰবাম পঞ্চায়তৰ অন্তৰ্গত কুমাৰচুকত বাঘৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আঘাতপ্ৰাপ্ত যুৱকজন বৰপথাৰ গাঁৱৰ ৰমেশ বাউৰী বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি আঘাতপ্ৰাপ্ত যুৱকজন চিকিৎসাধীন অৱস্থাত আছে৷

টিংখাঙত বাঘৰ ত্ৰাস

ইয়াৰোপৰিও, বাঘৰ আক্ৰমণত গাঁও খনৰ দুটাকৈ পশুধন নিহত হয় ৷ এই ঘটনাৰ পাচতেই সমগ্ৰ অঞ্চলত বাঘৰ আতংকই বিৰাজ কৰিছে ৷ ইপিনে খোৱাং আঞ্চলিক বন সংমণ্ডলৰ বন বিভাগৰ লোকৰ লগতে বৰবাম আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ চেষ্টা চলাই যদিও বাঘটোৱে পলায়ন কৰে ৷ সম্প্ৰতি বন বিভাগৰ লোকে অঞ্চলটোত পিঞ্জৰা স্থাপনৰ ব্যৱস্থা কৰিছে ৷

Intro:

।। টিংখাঙত বাঘৰ আক্ৰমণ ।।এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন

Body:টিংখাং - ২৯ ছেপ্টেম্বৰ।

V.O- টিংখাঙত বাঘৰ সন্ত্ৰাস। দেওবাৰে পুৱা টিংখাঙৰ বৰবাম পঞ্চায়তৰ অন্তৰ্গত কুমাৰচুকত বাঘৰ আক্ৰমণয বৰপথাৰত গাঁৱৰ বাঘৰ আক্ৰমণত ৰমেশ বাউৰী(২২) নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে। যুৱকজনৰ বুকু আৰু হাতত বাঘে আছোৰে। আনহাতে বাঘৰ আক্ৰমণত গাঁওখনৰ দুটাকৈ পশুধন নিহত হয়।
ঘটনাৰ পাচতে অঞ্চলজুৰি বাঘৰ আতংকই বিৰাজ কৰিছে। ৰাইজে হাতে-হাতে দা- লাঠি আদি লৈ বাঘটো আগুৰি ধৰে। ঘটনাস্থলিত খোৱাং আঞ্চলিক বন সংমণ্ডলৰ বন বিভাগৰ লোকৰ লগতে বৰবাম আৰক্ষী উপস্থিত হয় যদিও বাঘটো কৰায়ত্ব কৰিবলৈ সক্ষম নহয়। ইতিমধ্যে বন বিভাগৰ লোকে অঞ্চলটোত পিঞ্জৰা স্থাপনৰ ব্যৱস্থা কৰিছে।
Byte- বন বিষয়া।

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.