ETV Bharat / state

নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

বিগত কেইবাটাও মাহ ধৰি নামফাকে গাঁৱৰ ৰাইজৰ পশুধন ভক্ষণ কৰি অঞ্চলটোত ত্ৰাস সৃষ্টি কৰি আহিছিল এটা নাহৰফুটুকীয়ে ৷ অৱশেষত বন বিভাগৰ সহযোগিতাত পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো

Tiger cage closed at Naharkatia
নাহৰকটীয়াত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী
author img

By

Published : Jun 1, 2021, 3:54 PM IST

Updated : Jun 1, 2021, 4:21 PM IST

মৰাণ, 1 জুন : ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ নামফাঁকে গাঁৱত মঙলবাৰে পুৱা পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী ৷ বিগত কেইবাটাও মাহ ধৰি নামফাকে গাঁৱৰ ৰাইজৰ পশুধন ভক্ষণ কৰি অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷

নাহৰকটীয়াত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

স্থানীয় লোকে বন বিভাগক অৱগত কৰা বনবিভাগে নাহৰফুটুকীটো আৱদ্ধ কৰাৰ বাবে পিঞ্জৰা পাতে ৷ অৱশেষত মঙলবাৰে পুৱা বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো ৷ নাহৰফুটুকীটো আৱদ্ধ হোৱাত গাঁৱবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে ৷

লগতে পঢ়ক : নিশ্চয়তা: ৰাজ্যত ঘৰে ঘৰে হ'ব ক'ভিড পৰীক্ষা

Last Updated : Jun 1, 2021, 4:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.