টিংখাং,16 চেপ্তেম্বৰঃ " চাহ জনজাতিৰ পবিত্ৰ উৎসৱ কৰম পূজাৰ দিনটোক চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিব লাগে। বিশেষকৈ চাহ শ্ৰমিকসকলৰ বাবে উক্ত দিনটোত থাকিব লাগে পে লিভৰ ব্যৱস্থা। "দেওবাৰে টিংখাঙত অনুষ্ঠিত হোৱা কৰম সন্মিলনত অংশগ্ৰহণ কৰি এই দাবী উত্থাপন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰুস্তম কুজুৰে ৷ লগতে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলিও আক্ষেপ কৰে আছাৰ উপ সভাপতি গৰাকীয়ে ৷
আছাৰ দাবীঃ কৰম পূজাৰ দিনটোত দিব লাগে চৰকাৰী বন্ধ - দশম বাৰ্ষিক কৰম সন্মিলন
দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দশম বাৰ্ষিক কৰম সন্মিলনৰ সামৰণি ৷ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ দিনটোক চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰাৰ দাবী আছাৰ ৷
টিংখাং,16 চেপ্তেম্বৰঃ " চাহ জনজাতিৰ পবিত্ৰ উৎসৱ কৰম পূজাৰ দিনটোক চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰিব লাগে। বিশেষকৈ চাহ শ্ৰমিকসকলৰ বাবে উক্ত দিনটোত থাকিব লাগে পে লিভৰ ব্যৱস্থা। "দেওবাৰে টিংখাঙত অনুষ্ঠিত হোৱা কৰম সন্মিলনত অংশগ্ৰহণ কৰি এই দাবী উত্থাপন কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ-সভাপতি ৰুস্তম কুজুৰে ৷ লগতে চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ কৰম পূজাৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলিও আক্ষেপ কৰে আছাৰ উপ সভাপতি গৰাকীয়ে ৷
Byte- ৰুস্তম কুজুৰ ।
Body:উল্লেখযোগ্য যে সদৌ অসম আদিবাসী ছাত্র সন্থা , টিংখাং আঞ্চলিক সমিতি ও টিংখাং চাহ মজদুৰ সংঘৰ ৰ উদ্যাগত টিংখাং চাহ বাগিচাৰ প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দশম বাৰ্ষিক কৰম সন্মিলনৰ দেওবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি ঝুমুৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।
Conclusion:Doo