ETV Bharat / state

খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড - খোৱাং বিদ্যুৎ বিভাগ

খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড ৷ খোৱাঙৰ কাৱৈমাৰিত বিদ্যুৎ সংযোগ নিদিয়াকৈ বিদ্যুৎ বিভাগে দিলে বিল ৷

strange-case-occurs-at-khow
খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড
author img

By

Published : Jun 2, 2021, 5:15 PM IST

মৰাণ, 2 জুন : প্ৰতিখন চৰকাৰে উন্নয়নৰ কথা কয় কিন্তু গ্ৰাম্যাঞ্চল সমূহত উন্নয়ন আজিও বহু বাকী । কৰবাত যদি নাই পথ কৰবাত আকৌ বিদ্যুৎৰ সুবিধা নোপোকৈ বছৰৰ পাছত বছৰ পাৰ হৈছে । চৰকাৰ মন্ত্ৰী বিধায়কে উন্নয়নৰ কথা কৈ থকা সময়তে খোৱাঙত বিদ্যুৎ বিভাগৰ এক আজৱ কাণ্ড পোহৰলৈ আহিছে । ডিব্ৰুগড় জিলাৰ কুটুহা গাঁও পঞ্চায়তৰ খোৱাঙৰ কাৱৈমাৰিত বিদ্যুৎ সংযোগ নিদিয়াকৈ বিদ্যুৎ বিভাগে দিলে বিল ।

খোৱাঙত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড

গাঁও খনত ২০১৯ত বিদ্যুৎ বিভাগে ঘৰে ঘৰে বিদ্যুৎ মিটাৰ লগাইছিল যদিও এইপৰ্যন্ত বিদ্যুৎ যোগান নিদিলে । ফলত গাঁও খনৰ বহু কেইটা পৰিয়ালে নিজে চোৰ কৰিয়ে বিদ্যুৎ ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে । বিদ্যুৎ বিভাগে বিষয়টো গুৰুত্ব আৰোপ কৰি গাঁও খনত লগাই থোৱা বিদ্যুৎ মিটাৰ বিলাকত বিদ্যুৎ যোগান ধৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.