ETV Bharat / state

টিংখাঙৰ ৰাজগড়ত মুকলি হ'ল দক্ষিণ কোৰিয়ান থেৰাপি চিকিৎসা কেন্দ্ৰ

টিংখাঙৰ ৰাজগড়ত মুকলি কৰা হ'ল বিনামূলীয়া বিজ্ঞানসন্মত দক্ষিণ কোৰিয়ান থেৰাপি চিকিৎসা পদ্ধতিৰ এটা কেন্দ্ৰ ।ৰাজগড়ৰ বিনন্দ কোচ নামৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে নিজ পুত্ৰৰ জন্ম দিনত এই কেন্দ্ৰটি ৰাইজৰ বাবে মুকলি কৰে ৷

author img

By

Published : Jan 7, 2021, 5:53 PM IST

south-korean-therapy-treatment-centre-opened-at-rajgarh-in-tinkhong
টিংখাঙৰ ৰাজগড়ত মুকলি হ'ল দক্ষিণ কোৰিয়ান থেৰাপি চিকিৎসা কেন্দ্ৰ

টিংখং,7 জানুৱাৰী : টিংখাঙৰ ৰাজগড়ত মুকলি কৰা হ'ল বিনামূলীয়া বিজ্ঞানসন্মত দক্ষিণ কোৰিয়ান থেৰাপি চিকিৎসা পদ্ধতিৰ এটা কেন্দ্ৰ । ৰাজগড়ৰ বিনন্দ কোচ নামৰ এগৰাকী যুৱ ব্যৱসায়ীয়ে নিজ পুত্ৰৰ জন্ম দিনত এই কেন্দ্ৰটি ৰাইজৰ বাবে মুকলি কৰে ৷

গৌৰাঙ্গ হেল্থ চেণ্টাৰ নামেৰে নামাকৰণ কৰা ভিগেন ইণ্ডিয়াৰ এই বিনামূলীয়া থেৰাপি চিকিৎসা কেন্দ্ৰটো বৃহস্পতি বাৰে উদ্বোধন কৰে ৰাজগড়ৰ এলাহাবাদ বেংক (ইণ্ডিয়ান বেংক)ৰ বৰবাম শাখা পৰিচালকে । এই উপলক্ষে তিলেশ্বৰ কোচৰ সভাপতিত্বত অনুষ্ঠিত কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে স্বত্তাধিকাৰী বিনন্দ কোচে ।

সভাত দিব্য লতা গোহাঁই,মাঞ্চি ৰায়,আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁই,স্বাস্থ্য কৰ্মী জুনু চুতীয়া দিহিঙীয়া,বিশিষ্ট চাহ খেতিয়ক ৰোহিত কাকতি,বিষ্ণু কোচ আদি উপস্থিত থাকে ৷

লগতে পঢ়ক : বাৰ্ড ফ্লুঃ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিব কেৰালা চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.