ETV Bharat / state

ডিব্ৰুগড়তো পৰম্পৰা ৰক্ষা কৰি পালন শিৱৰাত্ৰী

author img

By

Published : Mar 11, 2021, 9:56 PM IST

সমগ্র ৰাজ্যৰ লগতে বুঢ়ীদিহিং এৰাসূঁতিৰ দাঁতি কাষৰীয়া কাছমাৰী দেউৰী গাঁৱৰ সাৰ্বজনীন শিৱ মন্দিৰতো দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱ পূজা উদযাপন কৰে ।

ডিব্ৰুগড়তো পৰম্পৰা ৰক্ষা কৰি পালন শিৱৰাত্ৰী
ডিব্ৰুগড়তো পৰম্পৰা ৰক্ষা কৰি পালন শিৱৰাত্ৰী

মৰাণ,11 মাৰ্চঃ সমগ্র ৰাজ্যৰ লগতে বুঢ়ীদিহিং এৰাসূঁতিৰ দাঁতি কাষৰীয়া কাছমাৰী দেউৰী গাঁৱৰ সাৰ্বজনীন শিৱ মন্দিৰতো দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শিৱ পূজা উদযাপন কৰে ।

কাৰ্যসূচীমৰ্মে পুৱাৰ পৰা সমূহীয়াভাৱে মন্দিৰৰ চৌপাশ চাফ-চিকুণ, বৃক্ষৰোপণ, ধৰ্মধ্বজা উত্তোলন কৰে লোকভূষণ বঁটা প্ৰাপ্ত শ্রীশ্রী মুনমুন দেৱ গোস্বামীয়ে । ভকত গোপিনীৰ লগতে ৰাইজৰ উপস্থিতিত মন্দিৰৰ দুৱাৰ মুকলি কৰি নাম প্ৰসংগৰে পূজা-পাতল কৰা দেখা যায় ।

লগতে পঢ়কঃ কৰিমগঞ্জত 4 গৰাকী বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.