ETV Bharat / state

আনুষ্ঠানিকতা ৰক্ষা কৰি মৰাণত উদযাপন সতী সাধনী দিৱস - মৰাণৰ ডোমৰদলং বৰ নামঘৰ

ক'ভিডৰ ভয়াবহতাৰ বাবে আনুষ্ঠানিকতা ৰক্ষা কৰি মৰাণত উদযাপন কৰা হয় সতী সাধনী দিৱস ৷ চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনীৰ পবিত্ৰ মৃত্যু তিথিত প্ৰতি বছৰে চুতীয়া জাতিয়ে ৭ ব’হাগৰ দিনটোত উদযাপন কৰে এই দিৱস ।

আনুষ্ঠানিকতা ৰক্ষা কৰি মৰাণত উদযাপন সতী সাধনী দিৱস

author img

By

Published : Apr 22, 2021, 8:01 AM IST

মৰাণ,22 এপ্ৰিল : বুধবাৰে ক'ভিডৰ ভয়াবহতাৰ বাবে আনুষ্ঠানিকতা ৰক্ষা কৰি অনুষ্টূপীয়াকৈ মৰাণত উদযাপন কৰা হয় সতী সাধনী দিৱস ৷ চুতীয়া জাতিৰ বীৰাংগনা সতী সাধনীৰ পবিত্ৰ মৃত্যু তিথিত প্ৰতি বছৰে উদযাপন কৰা হয় এই দিৱস ।

উল্লেখ্য যে, মহীয়সী গৰাকীৰ মৃত্যুৰ তিথিৰ লগত সংগতি ৰাখি চুতীয়া জাতিয়ে ৭ব’হাগৰ দিনটোত পালন কৰে সতী সাধনী দিৱস । কৰ'ণা মহামাৰীৰ বাবে চৰকাৰে দিয়া সকলো নীতি নিৰ্দেশনা মানি মৰাণৰ ডোমৰদলং বৰ নামঘৰত বীৰাংগনা সতী সাধনীৰ প্ৰতিচ্ছবিত ধূপ, বন্তি প্ৰজ্বলন কৰি এইবাৰ কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি উদযাপন কৰা হয় এই দিৱস ।

লগতে পঢ়ক: অপহৃতৰ পৰিয়ালৰ ঘৰত অএনজিচি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.