মৰাণ,17 ফেব্ৰুৱাৰী: সমগ্র ৰাজ্যৰ লগতে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত এইবাৰ কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা । চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰাংগণত সকলো বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ লগতে চিকিৎসা কৰ্মচাৰীসকল লগ হৈ উদযাপন কৰে পূজা ভাগ । পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান ৷ গীতে-মাতে মনৰ অনুভৱ প্ৰকাশ কৰি জীপাল কৰি তোলা হয় চিকিৎসা মহাবিদ্যালয়খনৰ চৌহদ । ইয়াৰ লগতে ডিব্ৰুগড়ৰ আন আন শিক্ষানুষ্ঠানসমূহতো দেখা যায় পূজা-অৰ্চনাৰ সুন্দৰ পৰিৱেশ ৷
লগতে পঢ়কঃ চেঙাত পাঁচটাকৈ প্ৰকল্পৰ আধাৰশিলা স্থাপন বিধায়ক শুকুৰ আলী আহমেদৰ
অসম চিকিৎসা মহাবিদ্যালয়ত সৰস্বতী পূজা উদযাপন - ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়
অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত বহু বছৰৰ পাছত কেন্দ্ৰীয়ভাৱে সৰস্বতী পূজা উদযাপন কৰা হয় ৷