ETV Bharat / state

ডিব্ৰুগড়ত দেওবাৰে নিশা যুৱ চিত্ৰ শিল্পীয়ে অংকণ কৰিলে বিশেষ চিত্ৰ - ডিব্ৰুগড়

নিজৰ জীৱনক তুচ্ছ কৰি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যি সকল লোকে কৰ্তব্যত ব্যস্ত আছে সেই সকল লোকক শ্ৰদ্ধা জনাই যুৱ চিত্ৰ শিল্পী সকলে অংকণ কৰিছে বিশেষ চিত্ৰ ৷ এই সম্পৰ্কত চাও আহক আমাৰ এক প্ৰতিবেদন ৷

ETV BHARAT
ডিব্ৰুগড়ত মাজনিশা যুৱ চিত্ৰ শিল্পীয়ে অংকন কৰিলে বিশেষ চিত্ৰ
author img

By

Published : Apr 19, 2020, 8:51 PM IST

Updated : Apr 19, 2020, 9:06 PM IST

ডিব্ৰুগড়, 19এপ্ৰিলঃ ডিব্ৰুগড় চহৰৰ মাজমজিয়াত সকলোৰে চকুত পৰাকৈ কেইবাটাও বাৰ্তাৰ চিত্ৰ অংকণ কৰিলে প্ৰতিভাশালী যুৱ চিত্ৰ শিল্পীসকলে ৷

ডিব্ৰুগড়ত দেওবাৰে নিশা যুৱ চিত্ৰ শিল্পীয়ে অংকন কৰিলে বিশেষ চিত্ৰ

ডিব্ৰুগড় চহৰৰ মাজমজিয়াত দেওবাৰে নিশা সকলোৰে চকুত পৰাকৈ কেইবাটাও বাৰ্তাৰে চিত্ৰ অংকন কৰিলে যুৱ চিত্ৰ শিল্পীয়ে । এই অনুষ্ঠানটিৰ উদ্যোগ ল'লে যুৱ চিত্ৰ শিল্পীৰ সহযোগিতাত মাৰোৱাৰী যুৱ মঞ্চই। চহৰ খনৰ থানা চাৰিআলিত চাফাই কৰ্মী, চিকিৎসক,নাৰ্ছ,সেনা আৰু জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলো লোককে সন্মান জনোৱাৰ উদ্দেশ্যে চেল্যুট জনোৱাৰ উদ্দেশ্যে অংকণ কৰে চিত্ৰ। লগতে ঘৰৰ ভিতৰতে থকাৰ আহ্বান জনাই ছবিৰ যোগেদি সামাজিক দুৰত্ব,হাত ধোৱা, আদি বিভিন্ন শ্ল'গান অংকন কৰি কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে গঢ়ি তুলিলে এক ব্যতিক্ৰমী সজাগতা।

লগতে পঢ়ক - ওদালগুৰিৰ মাজবাটত চেন্ট্ৰেল বেংকত জুই

Last Updated : Apr 19, 2020, 9:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.