ETV Bharat / state

মৰাণত শ্ৰীশ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন

author img

By

Published : Nov 14, 2020, 8:22 AM IST

মৰাণত পৰম পুৰুষোত্তম শ্ৰী শ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন ৷ পুৱাৰে পৰা নাম প্ৰসংগ,হৰিনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল ।

rituals-ceremony-held-at-moran
মৰাণত শ্ৰীশ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন

মৰাণ, 14 নৱেম্বৰ : ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ কোটোহা পঞ্চায়তৰ জকাই দহ ঘৰীয়া কৈৱৰ্ত গাঁৱত পৰম পুৰুষোত্তম শ্ৰী শ্ৰী প্ৰসিদ্ধ চন্দ্র দেৱৰ আগমন তিথি উদযাপন কৰা হয় । আগমন তিথিত সমগ্ৰ জকাই অঞ্চলৰ লগতে ডিব্ৰুগড় চহৰৰ অসংখ্য ভকত বৈষ্ণৱৰ সমাগম হয় ।

উল্লেখ্য যে, প্ৰতি বছৰে 27 কাতি তাৰিখে এই তিথি পালন কৰা হয় ৷ পুৱাৰে পৰা নাম প্ৰসংগ, হৰিনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল । অনুষ্ঠানত মৰাণ সমষ্টিৰ যুৱ নেতা তথা ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকে ।

লগতে পঢ়ক : ভোটাৰ তালিকা সংশোধনীৰ বাবে তৎপৰ ডিব্ৰুগড় জিলা প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.