ETV Bharat / state

অসমক নেতৃত্ব দিব পৰা দুই ব্যক্তি পৰেশ বৰুৱা নাইবা অখিল গগৈ: ভৱেন বৰুৱা - ডিব্ৰুগড়

ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা আহ্বায়ক সমিতি গঠনৰ ৰাজহুৱা সভাত উপস্থিত থাকি প্ৰাক্তন শিক্ষা মন্ত্ৰী ভৱেন বৰুৱাই, শাসনাধীন চৰকাৰৰ লগতে অসম গণ পৰিষদ দলক কঠোৰ সমালোচনা কৰে ৷

অসমক নেতৃত্ব দিব পৰা দুই ব্যক্তি পৰেশ বৰুৱা নাইবা অখিল গগৈ: ভৱেন বৰুৱা

author img

By

Published : Oct 21, 2020, 8:31 PM IST

ডিব্ৰুগড়, 21 অক্টোবৰ: বুধবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় ৰাইজৰ দলৰ ডিব্ৰুগড় জিলা আহ্বায়ক সমিতি গঠনৰ ৰাজহুৱা সভা ৷ য'ত উপস্থিত থাকে প্ৰাক্তন শিক্ষা মন্ত্ৰী ভৱেন বৰুৱা ৷ প্ৰাক্তন শিক্ষা মন্ত্ৰী ভৱেন বৰুৱাই সভাখনত উপস্থিত থাকি শাসনাধীন চৰকাৰৰ লগতে অসম গণ পৰিষদ দলক কঠোৰ সমালোচনা কৰে ৷

অসমক নেতৃত্ব দিব পৰা দুই ব্যক্তি পৰেশ বৰুৱা নাইবা অখিল গগৈ: ভৱেন বৰুৱা

তেওঁ কয়, "অগপ দলে যিদিনাই নিজৰ আঞ্চলিক চৰিত্ৰ হেৰুৱাই এটা ৰাষ্ট্ৰীবাদী দল বিজেপিৰ বোকোচাত উঠিল, সেইদিনাই মই সেই দলৰ পৰা পদত্যাগ কৰিছিলো ৷ আপোচবিহীন নেতা সঁচাকৈয়ে কমি গৈছে ৷ এতিয়া আপোচ নকৰা ব্যক্তি হিচাপে মই দুগৰাকী ব্যক্তিকে দেখিছো ৷ এগৰাকী অখিল গগৈ ডাঙৰীয়া আৰু আন গৰাকী পৰেশ বৰুৱা ৷ কেৱল এই দুগৰাকী লোকেই কেন্দ্ৰ চৰাকৰ সৈতে সংগ্ৰম অব্যাহত ৰাখিছে ৷ তেনেকুৱা দুগৰাকী লোকে আগন্তুক দিনত নেতৃত্ব দিবলৈ আহিলেহে অসমৰ ৰাইজৰ মংগল হ'ব ৷"

লগতে পঢ়ক: ডিমা হাছাওত দল ত্যাগ কৰি বিজেপিত যোগদান কংগ্ৰেছ কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.