ETV Bharat / state

PM Modi to be visit Dibrugarh : 28 এপ্ৰিলত ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা - public holiday declares on April 28 for Modis visit

প্ৰধানমন্ত্ৰীৰ আগমন(Modi's visit to Dibrugarh)ক লৈ 28 এপ্ৰিলত ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 28 এপ্ৰিলত ডিব্ৰুগড়লৈ আহি উদ্বোধন কৰিব 7 খনকৈ কেন্সাৰ হাস্পতাল ৷

Local holiday on 28th April for PM meeting in Dibrugarh
28 এপ্ৰিলত ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা
author img

By

Published : Apr 27, 2022, 9:57 AM IST

মৰাণ, 27 এপ্ৰিল : প্ৰধানমন্ত্ৰী গৰাকীৰ ডিব্ৰুগড়ৰ আগমনক লৈ 28 এপ্ৰিলত স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে (Assam govt announces local holiday on 28th April) । উক্ত দিনা সকলো ৰাজ্য চৰকাৰৰ অধীনষ্ঠ কাৰ্যালয় আৰু শিক্ষা প্ৰতিষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ।

Local holiday on 28th April for PM meeting in Dibrugarh
28 এপ্ৰিলত ডিব্ৰুগড়ত স্থানীয় বন্ধ ঘোষণা

28 এপ্ৰিলত ডিব্ৰুগড়লৈ আহি প্ৰধানমন্ত্ৰীয়ে প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন আৰু টাটা ট্ৰাষ্টৰ তত্বাৱধানত ডিব্ৰুগড় কেন্সাৰ কেয়াৰ হাস্পতালখন আনুষ্ঠানিকভাৱে মুকলি কৰিব ৷ তাৰ পিছতেই খনিকৰৰ বিশাল জনসভাত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

একেলগে যোৰহাট, বৰপেটা, ডিফু, তেজপুৰ, লখিমপুৰ আদি স্থানত নিৰ্মাণ সম্পূর্ণ হোৱা ৰাজ্যৰ মুঠ সাতখন কেন্সাৰ হাস্পতালও মুকলি কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে (PM Modi to inaugurate 7 cancer care hospital) ৷ সমান্তৰালকৈ অন্য সাতখন কেন্সাৰ হাস্পতালৰো উক্ত দিনা আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

বৰ্ণাঢ্য এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ উপৰিও দেশৰ আগশাৰীৰ প্ৰতিষ্ঠিত ব্যবসায়ী ৰতন টাটায়েও অংশগ্ৰহণ কৰিব । নৰেন্দ্ৰ মোডীৰ আগমনক লৈ এতিয়া ঐতিহাসিক চহৰ ডিব্ৰুগড়ত চলিছে ব্যাপক প্ৰস্তুতি (Preparing for PM meeting in Dibrugarh) ।

লগতে পঢ়ক : PM Modi's Assam visit : ডিব্ৰুগড় চহৰে পাইছে প্ৰাণ ; গুৱা-পাণেৰে নিমন্ত্ৰণ ৰাইজক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.