ETV Bharat / state

কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন - DIBRUGARH UNIVERSITY AASU PROTEST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন ৷ প্ৰতিবাদত অংশগ্ৰহণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. ৰঞ্জিত তামুলীৰ ৷

DIBRUGARH UNIVERSITY PROTEST
কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন
author img

By

Published : Dec 13, 2019, 8:59 PM IST

ডিব্ৰুগড় , 13 ডিচেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত আছুৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড. ৰঞ্জিত তামুলীয়েও ছাত্ৰ-ছাত্ৰীৰ সৈতে বহি অংশগ্ৰহণ কৰিলে প্ৰতিবাদত ৷ উপাচাৰ্যগৰাকীয়ে গণতান্ত্ৰিক আন্দোলনলৈ সহযোগিতা আগবঢ়ায় ৷ প্ৰতিবাদস্থলীৰ পৰা শিক্ষাৰ্থীৰ হুংকাৰ তেজ দিম কেব হ'ব নিদিওঁ ৷ ইফালে বিশ্ববিদ্যালয়ৰ আছু গোটৰ হুংকাৰ, বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰৰ পৰা আঁতৰাই নিয়ক দীনদয়াল উপাধ্যায়ৰ পুথি ।

কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন

অহিংসা নীতিৰে এফালে গণ আন্দোলন আনফালে কেব বিৰোধীয়ে কিছু ক্ষণৰ আগত ৰাজাভেটা আৰক্ষী চকীৰ ওচৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ কোমাৰনিচিগা 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেব বিৰোধীয়ে এখন স্ক'ৰপিঅ' ভাঙি চুৰ-মাৰ কৰে যদিও কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই ৷ পৰিস্থিতি অধিক ভয়াৱহ হোৱা বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷

আৰু পঢ়ক : কেব আমি নামানো: মাজুলীৰ ৰাজপথত পীতাম্বৰ দেৱ গোস্বামীৰ হুংকাৰ

Intro:Body:

DIBRUGARH AASU PROTEST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত গণ আন্দোলনত আছু,আন্দোলনত সহযোগ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড' ৰঞ্জিত তামুলীৰ,ছাত্ৰ ছাত্ৰীৰ সৈতেও বহি প্ৰতিবাদত অংশগ্ৰহণ।সহযোগিতা গণতান্ত্ৰিক আন্দোলনলৈ।

প্ৰতিবাদস্থলীৰ পৰা শিক্ষাৰ্থীৰ হুংকাৰ তেজ দিও কেব হ'ব নিদিওঁ 

ইফালে বিশ্ববিদ্যালয়ৰ আছু গোটৰ হুংকাৰ  বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাৰৰ পৰা আঁতৰাই নিয়ক দীনদয়াল উপাধ্যায়ৰ পুথি।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাত আছুৰ গণ অনশন আন্দোলনত বহিল  বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড' ৰঞ্জিত তামুলী।ছাত্ৰ ছাত্ৰীৰ সৈতে বহি প্ৰতিবাদত অংশগ্ৰহণ উপাচাৰ্য্য গৰাকীৰ।উপাচাৰ্য্যৰ সহযোগিতা গণতান্ত্ৰিক আন্দোলনলৈ।

প্ৰতিবাদস্থলীৰ পৰা শিক্ষাৰ্থীৰ হুংকাৰ তেজ দিও কেব হ'ব নিদিওঁ 

ইফালে বিশ্ববিদ্যালয়ৰ আছু গোটৰ হুংকাৰ  বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাৰৰ পৰা আঁতৰাই নিয়ক দীনদয়াল উপাধ্যায়ৰ পুথি।

A Scorpio vandalised by protesters on NH37 near Kumaronisiga under Rajabheta out post in Dibrugarh little while ago. No injury reported to the passengers.

Police firing is on at the place of incident.

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.