ETV Bharat / state

চাবুৱাত মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ - মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

মূল্য বৃদ্ধি হ্ৰাসৰ দাবীত শুকুবাৰে ডিব্ৰুগড়ৰ চাবুৱাত বিহু,ঝুমুৰ নৃত্যৰে প্ৰতিবাদ সাব্যস্ত কৰে চাবুৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ কৰ্মী সকলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত এ পি চি চি কাৰ্যনিৰ্বাহক নোমল বৰাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ৷

protest-for-price-rise-at-dibrugarh
চাবুৱাত মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Dec 26, 2020, 7:05 AM IST

Updated : Dec 26, 2020, 7:58 AM IST

মৰাণ, 25 ডিচেম্বৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হ্ৰাসৰ দাবীত ৰাজ্যত প্ৰতিবাদ অব্যাহত থকা সময়তেই শুকুবাৰে ডিব্ৰুগড়ৰ চাবুৱাত বিহু,ঝুমুৰ নৃত্যৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে ৷ হাতে হাতে প্লে'কাৰ্ড লৈ শাসক বিৰোধী শ্ল'গানেৰে কংগ্ৰেছ কৰ্মীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

চাবুৱাত মূল্যবৃদ্ধিৰ হ্ৰাসৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদ

চাবুৱা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ কৰ্মী সকলে চাবুৱা পৌৰসভা কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত কৰা এক বিশেষ কৰ্মী সভাৰ থলিৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত এ পি চি চি কাৰ্যনিৰ্বাহক নোমল বৰাকে ধৰি কেইবাগৰাকী শীৰ্ষ নেতৃত্বই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক:গুৱাহাটীত স্থাপন হ'ব দেশৰ ভিতৰতে সু-বিশাল চিকিৎসা মহাবিদ্যালয়

Last Updated : Dec 26, 2020, 7:58 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.