ডিব্ৰুগড়, 11 অক্টোবৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ আন্দোলন ৷ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি আৰু বৃহত্তৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া এক জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই হাতে হাতে জোঁৰ লৈ বিধেয়ক খনৰ বিৰুদ্ধে শ্লোগান দিয়ে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত তেওঁলোকৰ সংগ্ৰাম চলি থাকিব বুলি জনাই প্ৰতিবাদকাৰীয়ে ৷
CAB ক লৈ পুনৰ কঁপিল অসম - নাগৰিকত্ব সংশোধনী বিধেয়ক
নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি আৰু বৃহত্তৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া এক জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

CAB ক লৈ পুনৰ কঁপিল অসম
ডিব্ৰুগড়, 11 অক্টোবৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ আন্দোলন ৷ এই নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত মৰাণত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি আৰু বৃহত্তৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া এক জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই হাতে হাতে জোঁৰ লৈ বিধেয়ক খনৰ বিৰুদ্ধে শ্লোগান দিয়ে । নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰা পৰ্যন্ত তেওঁলোকৰ সংগ্ৰাম চলি থাকিব বুলি জনাই প্ৰতিবাদকাৰীয়ে ৷
CAB ক লৈ পুনৰ কঁপিল অসম
CAB ক লৈ পুনৰ কঁপিল অসম
Intro:নাগৰিকত্ব সংশোধনী বিধেয়কে পুনৰ অশান্ত কৰিছে অসম । শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক খন পুনৰ আনিম বুলি ঘোষণা কৰাৰ পিছত অসমৰ চৌদিশে জ্বলিছে এতিয়া ক্ষোভৰ অগনি । এই জাতিদ্ৰোহী বিধেয়কখন বাতিলৰ দাবীত আজি সমগ্ৰ অসমৰ লগতে মৰাণতো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চৰাইদেউ জিলা সমিতি আৰু বৃহত্তৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত সন্ধিয়া এক জোঁৰ সমদল বাহিৰ কৰে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক সদস্যই হাতে হাতে জোঁৰ লৈ বিধেয়ক খনৰ বিৰোদ্ধে শ্ল'গান দিয়ে । তেওঁলোকৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰাৰ পৰ্যন্ত তেওঁলোকৰ সংগ্ৰাম চলি থাকিব ।
Body:ঐConclusion:ঐ
Body:ঐConclusion:ঐ