ETV Bharat / state

সমাগত নিৰ্বাচনক লৈ ভোটাৰৰ মন জয়ৰ চেষ্টা শাসক-বিৰোধীৰ

টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ চাঁচনিত আয়োজিত এক অনুষ্ঠানত অনুসূচীত জনজাতি,অন্যান্য পিছপৰা শ্ৰেণীৰ কৃষকৰ মাজত ১২৫ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷

সমাগত নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ চেষ্টাত মন্ত্ৰী বিধায়কৰ ন ন কৌশল

author img

By

Published : Oct 30, 2020, 8:55 PM IST

মৰাণ,30 অক্টোবৰ : সমাগত 21-ৰ নিৰ্বাচনৰ পূৰ্বে শাসক-বিৰোধী সকলো দলৰে নেতাই ৰাইজৰ মাজলৈ যোৱাৰ বাবে ন ন কৌশল অৱলম্বন কৰিছে ৷ সম্প্ৰতি সমষ্টিয়ে সমষ্টিয়ে মন্ত্ৰী-বিধায়ক সকলে ন ন আঁচনি ৰূপায়ন কৰি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ বিধায়ক বিমল বৰাই নিজ সমষ্টিৰ কৃষকৰ মাজত বিতৰণ কৰিলে ৰাজ সাহাৰ্য যুক্ত পাৱাৰ টিলাৰ ৷

সমাগত নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ চেষ্টাত মন্ত্ৰী বিধায়কৰ ন ন কৌশল
সমাগত নিৰ্বাচনত ভোটাৰৰ মন জয় কৰাৰ চেষ্টাত মন্ত্ৰী বিধায়কৰ ন ন কৌশল

উল্লেখ্য যে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ কল্যাণ বিভাগৰ পৰা টিংখাং বিধানসভা সমষ্টিৰ অধীনৰ চাঁচনিত আয়োজিত এক অনুষ্ঠানত অনুসূচীত জনজাতি,অন্যান্য পিছপৰা শ্ৰেণীৰ কৃষকৰ মাজত ১২৫ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হয় ৷

এই অনুষ্ঠানত উপস্থিত থাকে টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, অসম পেট্ৰ’কেমিকেলচ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা আৰু সহকাৰী আয়ুক্ত গীতাশ্ৰী লাচিত ৷

লগতে পঢ়ক :বাক্সাত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.