ETV Bharat / state

DU Ragging incident : ৰাহুল ছেত্ৰীক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - Rahul Chetry arrested

ৰাহুল ছেত্ৰীক 5 দিনৰ বাবে জিম্মাত ল’লে আৰক্ষীয়ে ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল ছেত্ৰী (DU ragging incident main accused)

DU Ragging incident
ৰাহুল ছেত্ৰীক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ
author img

By

Published : Dec 5, 2022, 6:34 PM IST

  • ৰাহুল ছেত্ৰীক 5 দিনৰ বাবে জিম্মাত ল’লে আৰক্ষীয়ে (Rahul Chetry in police custody)
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল ছেত্ৰী (DU ragging incident main accused)
  • 27 নৱেম্বৰৰ পৰা পলাতক অৱস্থাত থকা ৰাহুল ছেত্ৰীয়ে সোমবাৰে আত্মসমৰ্পণ কৰিছিল লেখাপানী আৰক্ষীৰ ওচৰত (Rahul Chetry surrendered)
  • লেখাপানীৰ পৰা ডিব্ৰুগড় সদৰ থানালৈ প্ৰেৰণ কৰা হৈছিল ৰাহুলক
  • ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাহুলক স্বাস্থ্য পৰীক্ষাৰ পাছত সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল (Rahul Chetry arrested)
  • আদালতে 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়ে ৰাহুল ছেত্ৰীক
  • 27 নৱেম্বৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলত সংঘটিত হৈছিল ভয়াৱহ ৰেগিংকাণ্ড (Dibrugarh university ragging)
  • জ্যেষ্ঠৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ হোষ্টেলৰ দ্বিতীয় মহলাৰ পৰা জঁপিয়াইছিল আনন্দ শৰ্মাই
  • গুৰুতৰভাৱে আহত আনন্দক ভৰ্তি কৰোৱা হৈছিল ICUত
  • ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 7 ছাত্ৰক গ্ৰেপ্তাৰ
  • আত্মসমৰ্পণৰ পূৰ্বে ৰেগিংকাণ্ডত জড়িত নহয় বুলি দাবী ৰাহুল ছেত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.