ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান 50 গৰাকীৰ কৰ’ণা যুদ্ধাৰ - ভাৰতীয় জনতা পাৰ্টী

উজনিৰ কেইবাখনো জিলাৰ কৰ‘ণাৰ পৰা সুস্থ হৈ উঠা ৫০ গৰাকীয়ে শুকুৰবাৰে দান কৰিলে প্লাজমা ৷

plasma donate at dibrugrah medical college hospital corona warriers
উজনীত 50 গৰাকীৰ কৰ’ণা যুদ্ধাৰ অসম চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান
author img

By

Published : Aug 14, 2020, 10:38 PM IST

ডিব্ৰুগড়,14 আগষ্টঃ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উদ্যোগত শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত এটি প্লাজমা শিবিৰ আয়োজন ৷ এই শিৱিৰত প্লাজমা দান কৰে একাংশ সুহৃদবান লোকে । প্লাজমা দানৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, যুৱনেতা তৰংগ গগৈকে ধৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ কেইবাগৰাকীও স্বাস্থ্য বিষয়াই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

উজনীত 50 গৰাকীৰ কৰ’ণা যুদ্ধাৰ অসম চিকিৎসা মহাবিদ্যালয়ত প্লাজমা দান

উক্ত অনুষ্ঠানত ধেমাজি, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহাৰ প্ৰায় ৫০ গৰাকী লোকে প্লাজমা প্ৰদান কৰে । শেহতীয়াকৈ কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন কৰ্মীয়ে বিভিন্ন ধৰণে কাম কৰি আহিছে। শুকুৰবাৰে বিজেপিৰ অসম প্ৰদেশে এই কাৰ্যসূচীৰ নেতৃত্ব লৈ জীৱনদায়িনী প্লাজমা দানৰ ব্যৱস্থা গ্ৰহণ কৰে।

লগতে পঢ়কঃ শদিয়াত কংগ্ৰেছৰ "বুথলৈ যাওঁ আহক" শীৰ্ষক অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.