ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়ত অঘটনঃ জপিয়াই আত্মহত্যা ৰোগীৰ - অসম চিকিৎসা মহাবিদ্যালয়

যোৱা 16 মে'ত তিনিটা সন্তান জন্ম দিছিল ৰূপা নামৰ মহিলাগৰাকীয়ে ৷ সন্তান জন্ম দিয়াৰ পাচতে মহিলা গৰাকী মানসিকভাৱে অসুস্থ হৈ পৰিছিল ৷

চিকিৎসালয়ৰ অট্টালিকাৰ পৰা জপিয়ালে ৰোগীয়ে
author img

By

Published : May 25, 2019, 1:44 PM IST

ডিব্ৰুগড় , 25 মে': অসম চিকিৎসা মহাবিদ্যালয়ত অঘটন ! প্ৰসূতি ৰোগ বিভাগৰ এগৰাকী ৰোগীয়ে চিকিৎসালয়খনৰ অট্টালিকাৰ পৰা জপিয়াই আত্মহত্যা কৰে ৷

চিকিৎসালয়ৰ অট্টালিকাৰ পৰা জপিয়ালে ৰোগীয়ে

নৱনিৰ্মিত প্ৰসূতি ৰোগ বিভাগৰ ওপৰ মহলাৰ পৰা জপিয়াই দিয়ে ৰোগী গৰাকীয়ে ৷ যাৰ ফলত মহিলা গৰাকীৰ মৃত্যু হয় ৷ মৃত মহিলা ৰোগী গৰাকী নামৰূপৰ ৰূপা কেৰকেটা বুলি জানিব পৰা গৈছে ৷ যোৱা 16 মে'ত তিনিটা সন্তান জন্ম দিছিল ৰূপায়ে ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি সন্তান জন্ম দিয়াৰ পাচতে মহিলা গৰাকী মানসিক ভাৱে অসুস্থ হৈ পৰিছিল ৷ তেনে সময়তে আজি হঠাৎ চিকিৎসা মহাবিদ্যালয়ৰ পাঁচ মহলাৰ ওপৰৰ পৰা মহিলা গৰাকীয়ে জপিয়াই আত্মহত্যা কৰে ৷

A_dib_25may_suicide_at_AMCH_jesim

3 visual on ftp

:অসম চিকিৎসা মহাবিদ্যালয়ত অঘটন। প্ৰসূতি ৰোগ বিভাগৰ এগৰাকী ৰোগীয়ে জপিয়ালে  বিল্ডিংৰ ওপৰৰ পৰা। নৱনিৰ্মীত প্ৰসূতি ৰোগ বিভাগৰ ওপৰ মহলাৰ পৰা জপিয়াই দিয়ে  ৰোগী গৰাকীয়ে।যাৰ ফলত মৃত্যু হয় মহিলা গৰাকীৰ।

ৰূপা কেৰকেটা নামৰ মহিলা গৰাকী নামৰূপৰ আছিল।তিনিটা সন্তান জন্ম হৈছিল তেওঁ। অসম চিকিৎসা মহাবিদ্যালয়ত যোৱা ১৬ মেত জন্ম হৈছিল তিনিটা সন্তান।অসম চিকিৎসা মহাবিদ্যালয় কৰ্ত্তৃপক্ষৰ মতে সন্তান জন্ম দিয়াৰ পাছতে মানসিক ভাৱে অসুস্থ হৈ পৰিছিল  মহিলা গৰাকী।আজি হঠাৎ চিকিৎসা মহাবিদ্যালয়ৰ পাঁচ মহলাৰ ওপৰ পৰা জপিয়াই দিয়ে তেওঁ।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ 
Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.