চাবুৱা, 19 জুনঃ চাবুৱাৰ গেনিচুকত শুকুৰবাৰে সংঘটিত হয় শোকাৱহ ঘটনা ৷ ইটাভাটাৰ উন্মুক্ত পুখুৰীত পৰি মৃত্যু হয় এগৰাকী মহিলাৰ ৷ নিহত মহিলাগৰাকীৰ নাম বেউলী ওৰাং বুলি জানিব পৰা গৈছে ৷ আনহাতে এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ ইটাভাটাৰ মালিক ভৱেশ দাসৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷
লগতে পঢ়কঃ ১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?