ETV Bharat / state

কুইপৰ অপহৃত কৰ্মচাৰীদ্বয়ক মুকলি কৰি দিয়াৰ অনুৰোধ ড° নগেন শইকীয়াৰ - কুইপ

অপহৰণৰ দৰে পদ্ধতি যদি আলফাই নেৰে, তেন্তে সংগঠনটোৰ প্ৰতি অসমৰ মানুহৰ ভয়, ক্ষোভ সদাই থাকিব, কুইপৰ দুই বিষয়াৰ মুক্তিৰ অনুৰোধ সহ আলফাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ড' নগেন শয়কীয়াৰ ৷

কুইপৰ অপহৃত কৰ্মচাৰীদ্বয়ক মুকলি কৰি দিয়াৰ অনুৰোধ  শিল্পী ড° নগেন শইকীয়াৰ

author img

By

Published : Feb 20, 2021, 9:54 PM IST

ডিব্ৰুগঢ়,20 ফেব্ৰুৱাৰী : কুইপৰ অপহৃত কৰ্মচাৰীদ্বয়ক মুকলি কৰি দিয়াৰ অনুৰোধ জনাইছে বিশিষ্ট কথা শিল্পী ড° নগেন শইকীয়াই । আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাৰ প্ৰতি শণিবাৰে এই অনুৰোধ জনাইছে ড° নগেন শইকীয়াই । ইয়াৰ উপৰি অপহৰণৰ দৰে পদ্ধতি যদি আলফা স্বাধীনে নেৰে তেন্তে সংগঠনটোৰ প্ৰতি অসমৰ মানুহৰ ক্ষোভ, ভয় সদায়ে জাগি থকিব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ড° নগেন শইকীয়াই ।

কুইপৰ অপহৃত কৰ্মচাৰীদ্বয়ক মুকলি কৰি দিয়াৰ অনুৰোধ শিল্পী ড° নগেন শইকীয়াৰ

দুগৰাকী বিষয়া বা কৰ্মচাৰীৰ অপহৰণৰ অসমৰ কোনো লাভ নকৰে বুলিও মন্তব্য ড° নগেন শইকীয়াৰ । তদুপৰি ড° শইকীয়াই নিজৰ লক্ষ্য উদেশ্যৰ পৰা আঁতৰি নগৈ, অসমীয়া ভাষা সংস্কৃতি, জাতিটো কিদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত বুলি মন্তব্য কৰে ।‌

লগতে পঢ়ক: মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.