ETV Bharat / state

মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল’জ - আৰক্ষী বিষয়া বিজয় দৈমাৰী

ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক ৷ থানাৰ ভিতৰত যুৱকক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অপৰাধত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল‘জ কৰা হৈছে (Moran police station OC reserve closed)।

moran police station oc
মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল’জ
author img

By

Published : Oct 10, 2022, 3:35 PM IST

  • ৰিজাৰ্ভ ক্ল’জ কৰা হ’ল মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক (Moran police station OC reserve closed)
  • থানাৰ ভিতৰত যুৱকক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অপৰাধত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্ল‘জ কৰা হৈছে
  • শুকুৰবাৰে ডিমৌৰ ১১ জন যুৱকক থানালৈ আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে (Moran OC tortured youth in police station)
  • আৰক্ষী বিষয়াগৰাকীৰ প্ৰহাৰত চিকিৎসাধীন হ’বলগীয়া হৈছিল দুজন যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.