ETV Bharat / state

ডিব্ৰুগড়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মকড্ৰিল - জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ

বাৰিষা বানে ভয়াৱহ ৰূপ ধাৰণ কৰা সময়ত কৰিবলগীয়া কাম সন্দৰ্ভত শনিবাৰে ডিব্ৰুগড়ৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মকড্ৰিল অনুষ্ঠিত হয় । এই মকড্ৰিলত বানাক্ৰান্ত লোকক উদ্ধাৰ কৰা, নাও দুৰ্ঘটনাৰ সময়ত পানীৰ পৰা মানুহক ডুবাৰুৰ সহায়ত উদ্ধাৰ কৰা, আহত লোকক চিকিৎসা প্ৰদান আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা, বিভিন্ন আহিলাৰ দ্বাৰা ঘৰতে থকা সামগ্ৰীৰে নাও প্ৰস্তুত কৰা আদি কৌশল প্ৰদৰ্শন কৰা হয় ।

ডিব্ৰুগড়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মকড্ৰিল

author img

By

Published : Apr 10, 2021, 5:59 PM IST

মৰাণ, ১০ এপ্ৰিল: শনিবাৰে ডিব্ৰুগড় জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত অ‍াৰু এন ডি আৰ এফৰ সহযোগত ডিব্ৰুগড় নগৰৰ পাঁচআলিৰ সমীপৱৰ্তী পানবাৰী ঘাটত মকড্ৰিল অনুষ্ঠিত হয় ।

ডিব্ৰুগড়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মকড্ৰিল
ডিব্ৰুগড়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত মকড্ৰিল

এই কাৰ্যসূচীত বানাক্ৰান্ত লোকক উদ্ধাৰ কৰা, নাও দুৰ্ঘটনাৰ সময়ত পানীৰ পৰা মানুহক ডুবাৰুৰ সহায়ত উদ্ধাৰ কৰা, আহত লোকক চিকিৎসা প্ৰদান আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা, বানাক্ৰান্ত লোকক শিবিৰত আশ্ৰয় দিয়া, খাদ্য সমগ্ৰীৰ লগতে সা-সুবিধা প্ৰদান কৰা, বিভিন্ন আহিলাৰ দ্বাৰা ঘৰতে থকা সামগ্ৰীৰে নাও প্ৰস্তুত কৰা আদি কলা-কৌশল প্ৰদৰ্শন কৰা হয় ।

মকড্ৰিলত এন ডি আৰ এফৰ ১২ নং বেটেলিয়ন, ইটানগৰ, এছ ডি আৰ এফ বাহিনী, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু আপদা মিত্ৰৰ স্বেচ্ছাসেৱক, স্বাস্থ্য বিভাগ আৰু ১০৮ এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক প্ৰতীক থুবে, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোহাঁই, চক্ৰ বিষয়াসকল, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ডি হাতীকাকতি আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক:ৰঙাপৰাত বলুকা শিল্পীৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ বিৰজা তিৰ্কীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.