ETV Bharat / state

গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই

author img

By

Published : Jun 11, 2021, 9:33 AM IST

গৰাখহনীয়া কৱলত পৰা 21 নং চাবুৱা বিধানসভা সমষ্টি (Chabua LAC)ৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা (Ponakan Baruah)ই ৷ তেওঁক সংগ দিয়ে জলসম্পদ বিভাগ (Irrigation Department) ৰ কেইবাগৰাকী বিষয়াই ৷

MLA Punakan Boruah visited to erosion of Chabua
গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিলে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই

মৰাণ, 10 জুন : 21 নং চাবুৱা বিধানসভা সমষ্টি (21 No. Chabua LAC)ৰ অন্তৰ্গত মুঠ 16 খন পঞ্চায়তৰ প্ৰায় পাঁচখন পঞ্চায়তেই এতিয়া খহনীয়াৰ কৱলত ৷ গটং, গুইজান, খামটি-গুৱালি, বিন্ধাকটা তথা বালিজান পঞ্চায়ত ইতিমধ্যেই ভয়াৱহ খহনীয়াৰ কৱলত পৰিছে ৷

গটঙৰ পৰা বালিজান পঞ্চায়তলৈকে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই (Ponakan Baruah) ৷ তেওঁক সংগ দিয়ে জলসম্পদ বিভাগ (Irrigation Department)ৰ কেইবাগৰাকী বিষয়াই ৷ পৰিদৰ্শনৰ সময়ত ৰাইজৰ লগত মত বিনিময় কৰি অতি সোনকালে সমষ্টিৰ গৰাখহনীয় সমস্যাৰ সমাধান কৰাৰ আশ্বাস দিয়া ৷ চাবুৱা বিধানসভা সমষ্টি (21 No. Chabua LAC)ৰ কেইবাটাও অঞ্চলত প্ৰতিবছৰে বান-গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি আহিছে ৷

লগতে পঢ়ক:লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ যৌথ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.