ETV Bharat / state

টিংখাঙত মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ

চাহ জনজাতিৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী সকলৰ জলপানি প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে লগতে জলপানিৰ তালিকাত প্ৰকৃত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ ঠাইত বহুতো অনা চাহ জনগোষ্ঠীৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্তু এইক্ষেত্ৰত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰিছে ৷

author img

By

Published : Jul 29, 2020, 4:08 PM IST

Minister Sanjoy Kishan's effigy burnt at Tingkhong
টিংখাঙত মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ

টিংখাং,29 জুলাইঃ শ্ৰম মন্ত্ৰী সঞ্জয় কিষানৰ বিৰুদ্ধে সৰৱ হ'ল অসম চাহ জনজাতি ছাত্ৰ সন্থা ৷ আজি টিংখাঙৰ ৰাজগড়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ পুত্তলিকা দাহ কৰে ৷

সংগঠনটোৰ অভিযোগ,চাহ জনজাতিৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী সকলৰ জলপানি প্ৰদানৰ ক্ষেত্ৰত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে ব্যাপক অনিয়মৰ আশ্ৰয় লৈছে লগতে জলপানিৰ তালিকাত প্ৰকৃত চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ ঠাইত বহুতো অনা চাহ জনগোষ্ঠীৰ নাম অন্তৰ্ভুক্ত হৈছে কিন্তু এইক্ষেত্ৰত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰিছে ৷ ইপিনে সংগঠনটোৱে মন্ত্ৰী সঞ্জয় কিষাণৰ পদত্যাগৰো দাবী কৰে ৷

লগতে পঢ়কঃ ভাৰতৰ ভূমিত ৰাফেল : আম্বালাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.