ETV Bharat / state

ভৰত নৰহক শীঘ্ৰে ৰাজ্যৰবাসীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান যোগেন মহনৰ - Minister Jogen Mohan reacts

বিধায়ক ভৰত নৰহক আহোম বুৰঞ্জী অধ্যয়ন কৰিবলৈ আহ্বান জনালে মন্ত্ৰী যোগেন মহনে ৷ আজি সাংবাদিকক সম্বোধন কৰি বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে ৷

শীঘ্ৰে ৰাজ্যৰ বাসীৰ ওচৰত ক্ষমা খোজক বিধায়ক ভৰত নৰহে

author img

By

Published : May 28, 2021, 10:05 PM IST

Updated : May 29, 2021, 6:03 AM IST

মৰাণ, 28 মে' : "ভৰত নৰহে অতি শীঘ্ৰে ৰাজ্যৰ বাসীৰ লগতে আহোম জনগোষ্ঠীৰ লোক সকলৰ ওচৰত ক্ষমা খোজক ৷ তেওঁ অসম বুৰঞ্জী নপঢ়াকৈ এই মন্তব্য প্ৰকাশ কৰিছে ৷" বিধায়ক ভৰত নৰহক অসম বুৰঞ্জী পঢ়িবলৈ আহ্বান জনাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে নৱ নিৰ্বাচিত ৰাজহ মন্ত্ৰী যোগেন মহনে ৷

শীঘ্ৰে ৰাজ্যৰ বাসীৰ ওচৰত ক্ষমা খোজক বিধায়ক ভৰত নৰহে

বিধায়ক ভৰত নৰহক শীঘ্ৰে ৰাজ্যৰবাসীৰ ওচৰত ক্ষমা খোজাৰ আহ্বান যোগেন মহনৰ ৷ সাংবাদিকক সম্বোধন কৰি বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী যোগেন মহনে ৷

উল্লেখ্য যে, আহোমক লৈ বিধায়ক ভৰত নৰহে কৰা মন্তব্যই এতিয়া ৰাজ্যৰ সকলো পৰ্যায়তে এক বিৰ্তকৰ সৃষ্টি কৰিছে ৷ সমান্তৰালভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে আহোম জনগোষ্ঠীৰ প্ৰতিটো দল সংগঠনে ৷

লগতে পঢ়ক : কেনেকৈ মৃত্যুক সাৱতি লৈছিল ৰহাৰ শিখামণি বৰাই ?

Last Updated : May 29, 2021, 6:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.