ETV Bharat / state

মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অনুদান মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

author img

By

Published : Jun 12, 2021, 12:33 PM IST

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়ালে মৰাণ বিধান সমষ্টি (Moran LAC)ৰ বিধায়ক চক্ৰধৰ গগৈ (Chakradhar Gogoi)য়ে ৷ মুখ্যমন্ত্ৰীক ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ 1,01,001 টকাৰ চেক অনুদান হিচাপে আগবঢ়ায় মৰাণৰ বিধায়ক গৰাকীয়ে ৷

Maran MLA Chakradhar Gogoi
মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অনুদান মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ

মৰাণ, 12 জুন : মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ অনুদান আগবঢ়ালে মৰাণ বিধান সমষ্টি (Moran LAC)ৰ বিধায়ক চক্ৰধৰ গগৈ (Chakradhar Gogoi)য়ে ৷ মুখ্যমন্ত্ৰীক ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ 1,01,001 টকাৰ চেক অনুদান হিচাপে আগবঢ়ায় মৰাণৰ বিধায়ক গৰাকীয়ে ৷

ইফালে, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা সময়তে মৰাণ সমষ্টিৰ সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৈতে আলোচনা কৰে বিধায়ক গৰাকীয়ে ৷ তদুপৰি মুখ্যমন্ত্ৰীৰ হাতত সমষ্টিটোৰ নানান সমস্যা সম্বলিত ১১ দফীয়া এখন স্মাৰকপত্ৰ প্ৰদান কৰে বিধায়ক চক্ৰধৰ গগৈ (Chakradhar Gogoi)য়ে ৷

লগতে পঢ়ক: ক'ভিডৰ ভয়াবহ পৰিৱেশত স্থবিৰ বিচাৰ প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.