ETV Bharat / state

CAA বাতিলৰ দাবীত দুলীয়াজান আঞ্চলিক ছাত্ৰ-সন্থাৰ প্ৰতিবাদ - তৈল নগৰী দুলীয়াজানৰ

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ-সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (CAA) বাতিলৰ দাবীত ছাত্ৰ সন্থাৰ মানৱ শৃ্ংখলৰে প্ৰতিবাদী কাৰ্যসূচী ৷

CAA বাতিলৰ দাবীত দুলীয়াজান আঞ্চলিক ছাত্ৰ-সন্থাৰ প্ৰতিবাদ

author img

By

Published : Jan 7, 2021, 7:44 PM IST

মৰাণ,7 জানুৱাৰীঃ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ-সন্থাৰ আহ্বানত নাগৰিকত্ব সংশোধনী আইন ২০১৯ (CAA) বাতিলৰ দাবীত পিপলতল তিনিআলিত বৃহস্পতিবাৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ-সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

CAA বাতিল হ'বই লাগিব,বিজেপি চৰকাৰ গ’বেক,দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই গাদি এৰক" আদি বিভিন্ন শ্ল'গানেৰে তৈল নগৰী দুলীয়াজানৰ ৰাজপথ উত্তাল কৰি তোলে ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়কঃ অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ এটা সফল বর্ষ ২০২০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.