ETV Bharat / state

মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ - দুলু গগৈ

বুধবাৰে নিশা প্ৰায় 10.45 বজাত ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে ৷

মাতৃহাৰা হ’ল  লুৰিণজ্যোতি গগৈ !
মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ !
author img

By

Published : Apr 1, 2021, 7:00 AM IST

Updated : Apr 1, 2021, 10:24 AM IST

মৰাণ,1 এপ্ৰিল: অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈ আৰু নাই ৷ বুধবাৰে নিশা প্ৰায় 10.45 বজাত ডিব্ৰুগড়ত শেষ নিশ্বাস ত্যাগ কৰে দুলু গগৈয়ে ৷

বিগত 29 মাৰ্চৰ পৰা উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ নাৰ্চিংহোমত চিকিৎসাধীন হৈ আছিল দুলু গগৈ ৷

লগতে পঢ়ক: বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই

Last Updated : Apr 1, 2021, 10:24 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.